22/12/2025
ভাৰতৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰ অসমৰ।গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত অহা কালিলৈ নতুন টার্মিনেল ভৱন লাভৰ বাবে সাজু।
এইয়া ভাৰতৰ প্ৰথম প্রকৃতি-ভিত্তিক বিমানবন্দৰ টার্মিনেল!
বিশেষ বৈশিষ্ট্যসমূহ হৈছে:
১.৩ কোটি অধিক যাত্ৰীক পৰিচালন ক্ষমতা
ৰানৱে, এয়াৰফিল্ড চিষ্টেম, এপ্রন আৰু টেক্সিৱেৰ বাবে ডাঙৰ উন্নতি।.....
゚ Nhl Assam Najir Hussain