19/09/2026
১৯ ছেপ্টেম্বৰ… এটা বছৰ পাৰ হৈ গ’ল, কিন্তু জুবিন দাৰ কণ্ঠ আজিও অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত বাজি আছে। 💔
আপুনি নাই, কিন্তু আপোনাৰ গান, সুৰ আৰু স্মৃতিবোৰ সদায় আমাৰ মাজত জীয়াই থাকিব।
অসমে আপোনাক কেতিয়াও পাহৰিব নোৱাৰে। 🕊️❤️
চিৰস্মৰণীয় জুবিন দা… 🙏
Joy Jubin da..😥💔
#জুবিনগাৰ্গ #জুবিনদা #চিৰস্মৰণীয় #অসমৰগৌৰৱ