Kapashbari live

Directions

Kapashbari live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kapashbari live, Digital creator, Kapashbari, Hojai.

24/09/2026
23/09/2026

বাতৰিৰ পিছত গা লৰিল ডবকাৰ BDO ছাৰৰ
বুৰুঙাতলী সাপ্তাহিক বজাৰৰ বাবে বুৰুঙাতলী এম. ই. স্কুল আৰু বুৰুঙা বজাৰ হাইস্কুলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অভিযোগৰ ভিত্তিত।
বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ডবকাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই বুৰুঙাতলী গাওঁ পঞ্চায়তৰ সচিবক চিঠিৰ যোগে নিৰ্দেশ দিয়ে যে অহা সপ্তাহৰ পৰা সাপ্তাহিক বজাৰ খন বিয়লি ৫‌ বজাৰৰ পৰা বহিব লাগিব।৫ বজাৰ আগতে কোনো ব্যৱসায়ীয়ে দোকান খুলিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰে।
BDO ছাৰৰ এই কাৰ্যক শলাগ লয় স্হানীয় গাঁওবাসীয়ে।

22/09/2026

20/09/2026

নগাঁও উপ নিৰ্বাচনত AIUDF ৰ পৰা মৌলানা বদৰুদ্দিন আজমলে নিৰ্বাচন খেলাক লৈ বিন্নাকান্দি সমষ্টিৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

20/09/2026

মোৰাঝাৰত গাঞ্জাসহ এজন লোকক আটক।
হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত চৌধুৰী বজাৰৰ পূব চাৰিং ডিব্ৰুপাৰ অঞ্চলত গাঞ্জাসহ এজন লোকক আটক
জানিব পৰা মতে, কাকীৰ পৰা চৌধুৰী বজাৰৰ দিশে চাইকেলেৰে আহি থকা অৱস্থাত শ্বাহিন উদ্দিন নামৰ লোকজনক স্থানীয় ৰাইজৰ।
সন্দেহ হোৱাত স্থানীয় ৰাইজে চৌধুৰী বজাৰ টহলদাৰী আৰক্ষী চকীত খবৰ দিয়ে।

19/09/2026


মোৰাঝাৰত পুনৰ বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে।
চৰকাৰ প্ৰশাসন যিমানেই তৎপৰ হৈছে, সিমানেই চুৰ অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে।
যোৱা ১৭/৯/২৬ তাৰিখে মোৰাঝাৰ থানাৰ অন্তৰ্গত তাৰাপুৰৰ এটি ঘৰৰ পৰা বাইক চুৰিৰ ঘটনা সংঘটিত হয়।চুৰি হোৱা বাইকৰ সন্ধান নোপোৱাত বাইকৰ গৰাকীয়ে মোৰাঝাৰ আৰক্ষী থানাত গোচৰ তৰে। চুৰৰ ইমানেই উৎপাত আৰম্ভ হৈছে, এতিয়া নিজৰ বাইক লক কৰি ঘৰত ৰাখিব নোৱাৰা হৈছে।

চুৰি‌ হোৱা বাইক খনৰ বিৱৰণ:TVS APACHE RTR 160,

18/09/2026

নামত জোনাকী ক্লাব,কামত একো নাই। মাথোঁ আছে দূৰ্নীতি।
বিগত ৪০ বছৰ পৰা ক্লাব খন নিজৰ সম্পত্তি বুলি জাহিৰ কৰি অবাধ দুৰ্নীতি চলাই আছে।
এইবাৰ সচেতন ৰাইজ আৰু ক্ৰীয়া প্ৰেমী ৰাইজ জাগিছে,এতিয়াৰ পৰা ক্লাবত দূৰ্নীতি হ'ব নিদিয়ে
যে বিগত ৪০ বছৰৰ পৰা জোনাকী ক্লাব খন অবৈধ চলি আছে।ক্লাব খনত কোনোধৰণৰ উন্নয়নৰ ছবি আজিলৈকে দেখা নাই নিজৰ ম‌ইমতালিয়ে ক্লাব খন অসাংবিধানিক মতে চলাই আছে বুলি অভিযোগ উত্থাপন হৈছে। কিহৰ স্বাৰ্থত আজিলৈকে সাধাৰণ সভা অনুষ্ঠিত নকৰে বুলি অভিযোগ উত্থাপন হৈছে।
হোজাই জিলা আয়ুক্ত মহোদয়ক স্হানীয় সচেতন মহলে সাক্ষাৎ কৰি দূৰ্নীতি হোৱা ক্লাব খনৰ বিষয়ে অৱগত কৰাৰ লগতে বিভিন্ন কাৰণ দৰ্শোৱাই অভিযোগ নামা দাখিল কৰে। অভিযোগ

Address

Kapashbari
Hojai

Website

Alerts

Be the first to know and let us send you an email when Kapashbari live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share