Khobor Doboka

Khobor Doboka সোতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত
সদায় আমি আগত

18/09/2025
12/08/2025

"আমাক আটক কৰি ৰাখিব পাৰে কিন্তু ভাৰতীয়ৰ কন্ঠ চুপ কৰাব নোৱাৰে"

আমি ৰাজনীতিৰ বাবে যুঁজ দিয়া নাই, আপোনাৰ ভোট, আপোনাৰ অধিকাৰ ৰক্ষা কৰিবলৈ আমি যুঁজ দি আছো,

আৰু আমাৰ গণতন্ত্ৰ ৰক্ষা নোহোৱালৈকে আমি ৰাখি নাথাকো,, আকৌ এবাৰ, ,,, ৰাহুল গান্ধী

২০২৫ৰ অসম পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএ-ই অভূতপূৰ্ব ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি তিন...
13/05/2025

২০২৫ৰ অসম পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএ-ই অভূতপূৰ্ব ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি তিনিচুকীয়াত তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপি মিত্ৰজোঁটৰ নৱনিৰ্বাচিত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্য তথা ৱাৰ্ড সদস্যসকলক আন্তৰিক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰোঁ।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত অসমত বিগত ৪টা বছৰত হোৱা ব্যাপক উন্নয়নৰ বাবেই সৰ্বস্তৰৰ ৰাইজে বিজেপি মিত্ৰজোঁটক সহৃদয়ে আঁকোৱালি লৈছে। তাৰেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে বিজেপি মিত্ৰজোঁটৰ ফলাফলত। অনাগত দিনবোৰত গ্ৰামাঞ্চলৰ সৰ্বাংগীণ প্ৰগতিৰ যাত্ৰাক ন উদ্যমেৰে আৰু ন চেতনাৰে উজ্জীৱিত কৰি তুলিবলৈ সকলোকে আহ্বান জনালোঁ আৰু মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

এই সময়ছোৱাত লগতে উপস্থিত আছিল তিনিচুকীয়াৰ তিনিটা মণ্ডলৰ সভাপতি শ্ৰী দীপ চেতিয়া ডাঙৰীয়া, শ্ৰী তৰুণ কুৰ্মী ডাঙৰীয়া, শ্ৰী গোপাল মজুমদাৰ ডাঙৰীয়া, অগপৰ জিলা সভাপতি শ্ৰী প্ৰবীণ দত্ত ডাঙৰীয়া, মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকল তথা দলীয় সতীৰ্থসকল।

Himanta Biswa Sarma
Dilip Saikia
Bharatiya Janata Party (BJP)
BJP Assam Pradesh

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আদমপুৰ বায়ু সেনা ঘাটি পৰিদৰ্শন কৰি ভাৰতীয় বায়ু সেনাৰ উচ্চপদস্থ...
13/05/2025

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আদমপুৰ বায়ু সেনা ঘাটি পৰিদৰ্শন কৰি ভাৰতীয় বায়ু সেনাৰ উচ্চপদস্থ বিষয়া তথা জোৱানসকলৰ পৰা অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত বিতং বিৱৰণ কৰে।



Himanta Biswa Sarma
Dilip Saikia

আমখলি চহরিয়া জিলা পরিষদ আসনে বিশাল ভোটের ব্যবধানে জয়ী কংগ্রেস প্রার্থী নার্গিস পারভিন ।
13/05/2025

আমখলি চহরিয়া জিলা পরিষদ আসনে বিশাল ভোটের ব্যবধানে জয়ী কংগ্রেস প্রার্থী নার্গিস পারভিন ।

ফটোখনলৈ মন কৰক৷ আৰম্ভ হৈছে খেল৷ সামাজিক মাধ্যমত এইখন ফটোৱে চৰ্চা লাভ কৰিছে৷আপুনিও কৰক কমেণ্ট৷
13/05/2025

ফটোখনলৈ মন কৰক৷ আৰম্ভ হৈছে খেল৷ সামাজিক মাধ্যমত এইখন ফটোৱে চৰ্চা লাভ কৰিছে৷আপুনিও কৰক কমেণ্ট৷

কৃতিত্ব!!আজি ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড (CBSE)ৰ অধীনত ঘোষিত চলিত বৰ্ষৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজলিল ডবকাৰ তৌফিকা...
13/05/2025

কৃতিত্ব!!
আজি ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড (CBSE)ৰ অধীনত ঘোষিত চলিত বৰ্ষৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজলিল ডবকাৰ তৌফিকা বেগম৷ ডবকা NRI PUBLIC SCHOOL ৰ ছাত্ৰী তৌফিকা বেগম ডবকা চহৰৰ ডিফু ৰোডৰ পাকিজা ষ্টোৰৰ স্বত্বাধিকাৰী ছালেহ আহমেদ তালুকদাৰৰ ছোৱালী৷ তৌফিকাই দশম শ্ৰেণীৰ পৰীক্ষাত ৯৬.৮% লাভ কৰি উত্তীৰ্ণ হৈছে।
ছাত্ৰী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো৷ তেওঁৰ লগতে পিতৃ-মাতৃলৈও অভিনন্দন জনালো৷
Saleh Ahmed Talukdar NRI public school .

সকলোৰে সু পৰিচিত ডবকাৰ মদাৰতলিৰ আব্দুল বাছিত লস্কৰ ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ মাহিন মহম্মদ লস্কৰে আজি ঘোষণা হোৱা কেন্দ্ৰীয় ...
13/05/2025

সকলোৰে সু পৰিচিত ডবকাৰ মদাৰতলিৰ আব্দুল বাছিত লস্কৰ ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ মাহিন মহম্মদ লস্কৰে আজি ঘোষণা হোৱা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ (CBSE) মাধ্যমিক বিদ্যালয় পৰীক্ষাত (Secondary School Examination) ডবকাস্থিত NRI Public Schoolৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ 95.4 শতাংশ (Distinction) লাভ কৰি সমগ্ৰ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনে। ছাত্ৰ গৰাকীৰ এই বিশেষ সফলতাত "পি আৰ এ ফাউণ্ডেচন" পৰিয়ালৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হয়৷


12/05/2025

ৰেচমা বেগমে ইতিমধ্যে জয় লাভ কৰিবলৈ সক্ষম হৈছে।

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Khobor Doboka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share