Northeast Time NE

Northeast Time NE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Northeast Time NE, Media/News Company, doboka, Hojai.
(3)

Northeast Time NEয়ে সদায় উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্য "আস্থালক্ষ্মী"ৰ মানুহৰ কণ্ঠ হিচাপে এখোজ আগত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে দ্ৰুত বাতৰি প্ৰচাৰ, অন্তৰ্দৃষ্টিসম্পন্ন অধ্যয়ন, বিশ্লেষণ কৰাত সহায় কৰে ।

31/08/2026

শিৱসাগৰৰ প্ৰতিবাদৰ পিছত তুংগত উঠিছে অখিল-ময়ূৰৰ সংঘাত ।

31/08/2026

মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সমাধী ক্ষেত্ৰ (জুবিন ক্ষেত্ৰ) উপস্থিত হৈ কাম-কাজৰ পৰ্যালোচনা কৰিলে ।

30/08/2026

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্রাবিড় আৰু বীৰেন্দ্ৰ সেহৱাগৰ পুত্ৰৰ ভাৰতীয় দলৰ UNDER-19ত স্থান লাভ কৰিলে ।
29/08/2026

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্রাবিড় আৰু বীৰেন্দ্ৰ সেহৱাগৰ পুত্ৰৰ ভাৰতীয় দলৰ UNDER-19ত স্থান লাভ কৰিলে ।

মোৰ পত্নীৰ এখন দোকান আছে য'ত মাহে ১ লাখ টকা লাইটৰ বিল আহিছিল l   যেতিয়া ছ'লাৰ সংযোগ কৰিলোঁ তেতিয়া বিলৰ পৰিমাণ প্ৰায় ৬০ হ...
28/08/2026

মোৰ পত্নীৰ এখন দোকান আছে য'ত মাহে ১ লাখ টকা লাইটৰ বিল আহিছিল l
যেতিয়া ছ'লাৰ সংযোগ কৰিলোঁ তেতিয়া বিলৰ পৰিমাণ প্ৰায় ৬০ হাজাৰ টকা হ্রাস পালে
—মন্ত্রী পীযুষ হাজৰিকা

27/08/2026

"মই বুদ্ধি কৰিহে মুখ্যমন্ত্ৰীক পানীত নমালো। মোকে দেখি মুখ্যমন্ত্রীয়ে জাপ মাৰি দিলে পানীত। বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী। মুখত পানী ছিটিকি পৰাৰ পিছতহে গম পাইছো মুখ্যমন্ত্রীয়ে মেকআপ কৰে বুলি"- মুখ্যমন্ত্রীকলৈ বিধায়ক অখিল গগৈৰ মন্তব্য

26/08/2026

মামা তোমাৰ কি যে লীলা, বানাক্ৰান্ত ৰাইজলৈ এইখন কি দিলা ।

25/08/2026

লোকপিয়ল প্ৰয়োজন; কিন্তু লোকপিয়লৰ নামত চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক গিনিপিগ সজোৱাটো গ্ৰহণযোগ‍্য নহয়।
Courtesy: Pratidin Time

'অসমৰ কৃষকে এদিন মাৰ্চিডিচ কিনিব'- মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য।
25/08/2026

'অসমৰ কৃষকে এদিন মাৰ্চিডিচ কিনিব'- মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য।

24/08/2026

অসমলৈ আহি কি কি সুস্বাস্থ্যৰ খাদ্য উদৰ পূৰাই খালে দ্য গ্রেট খালিয়ে ? বন্যার্তক সহায় কৰিবলৈ অহা গ্রেট খালীক দৈনিক খাদ্যৰ যোগানত কোনো ক্রটিৰৈ যাবলৈ নিদিলে অসমীয়া ৰাইজে। মৰানৰ পেচিফিকা ইন হোটেলে কি কি আয়োজন কৰিছিল গ্ৰেট খালীৰ বাবে ?

Address

Doboka
Hojai
782428

Website

Alerts

Be the first to know and let us send you an email when Northeast Time NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share