Barta NE 24

Barta NE 24 কেবল গুৰুত্বপূৰ্ণ খবৰ....

25/07/2026

📌জাপানী চিনেমাত বেশ্যাৰ চৰিত্ৰত অভিনয়

22/07/2026

৬ মাহত এবাৰহে আহে অংগনবাড়ী কেন্দ্ৰত কৰ্মী।
পূব মুকুন্দআটিত ক্ষোভ স্থানীয় ৰাইজ।
জুৰীয়াৰ পূব মুকুন্দআটি অংগনবাড়ী কেন্দ্ৰক লৈ উত্থাপিত হৈছে অভিযোগ।
কেন্দ্ৰটোৰ নিযুক্ত অংগনবাড়ী কৰ্মীগৰাকী নিয়মীয়াকৈ কেন্দ্ৰত উপস্থিত নাথাকে। কেতিয়াবা দীৰ্ঘ সময় ধৰি কেন্দ্ৰলৈ নাহে বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে।

20/07/2026

🛑স্পর্শকাতৰ এই সময়ত বানৰ কবলত আবদ্ধ হোৱা ৰাইজক উদ্ধাৰ কৰিবলৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানসকলে যৎপৰোনাস্তি প্রয়াস অব্যাহত ৰাখিছে।
🛑 বন্যার্তসকলে সাহায্য সামগ্রী আৰু আন সকলো সুবিধা লাভ কৰাৰ দিশতো বিভাগ তথা জিলা প্রশাসনে সমন্বিত প্রচেষ্টাৰে সম্ভৱপৰ সকলো মাধ্যমেৰে নিজৰ কাম কৰি আছে।
🛑আমি আশাবাদী—সকলোৱে মিলিত প্রচেষ্টাৰে কাম কৰি স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পাৰিম।

20/07/2026

📌নিশা পোৱা ধনেৰে দিনত আইফোন ক্ৰয়

হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত চলোৱা এক বিশেষ অভিযানত জব্দ কৰা হৈছে এটা নকল সোণৰ নাও।
16/07/2026

হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত চলোৱা এক বিশেষ অভিযানত জব্দ কৰা হৈছে এটা নকল সোণৰ নাও।

16/07/2026

👉 আজি হৈছে ১৫ জুলাই পুৱাৰ ১০টা খৱৰ।
👉 অৰুণোদয় আঁচনিৰ, ৰেচন কাৰ্ড, চৰকাৰী ঘৰ।
👉 আৰু কি কি নতুন নিয়ম সলনি হ'ল চাওঁক।

27/06/2026

চালক সন্থাৰ নাম ব্যৱহাৰ কৰি হোজাই'ত কোনে বন্ধ ৰাখিছে বাছ সেৱা?

24/06/2026

মই বিদেশৰ পৰা ঘৰত নহা পৰ্যন্ত তুমি ঘৰৰ বাহিৰত ওলাব নোৱাৰিবা।

18/06/2026

১৬ বছৰীয়া নাবালিকাক অপহৰণ কৰি দেহ ব্যৱসায়ীত লিপ্ত। ডাঃ জয়ন্ত প্ৰসাদ দাস

18/06/2026

তর্ক প্রতিযোগিতা আজমল আইন মহাবিদ্যালয় হোজাই। #বাংলাবাতৰি #আব্দুলৰৌফ

Address

Chowdhury Bazar
Hojai
782439

Website

Alerts

Be the first to know and let us send you an email when Barta NE 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share