Howly Live

Howly Live news

24/07/2025

হাউলী হালাপাকুৰীৰ গাঁওৰ গাওবুঢ়াৰ ঘৰৰ পিছফালে জুৱা, ড্ৰাগছৰ ঘাটিত পৰিণত

24/07/2025

ঘিলাজাৰী-ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য লয়ত আজি আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে মনোনীত কৰে ফাৰুক আব্দুল্লাক। ঘিলাজাৰী-ৰূপসী আঞ্চলিক পঞ্চায়তৰ।

22/07/2025

ঘিলাজাৰী-ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ৰ শুভ উদ্বোধনৰ পাছত সাংবাদিকৰ সৈতে কথাবাৰ্তা।

📌অৰ্জুন শীলৰ হত্যাকাৰীক কৰায়ত্ব দাবীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ আহ্বানত ২২ জুলাই ৰাতিপুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয...
21/07/2025

📌অৰ্জুন শীলৰ হত্যাকাৰীক কৰায়ত্ব দাবীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ আহ্বানত ২২ জুলাই ৰাতিপুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া হাউলী বন্ধ ঘোষণা।

20/07/2025

📌৭৭ সংখ্যক বষপুৰ্তি আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱসত হাউলীত ৰজা চণ্ডীবৰুৱা বিদ্যাৰ্থী বঁটা প্ৰদান
📌১৪০ জন শিক্ষাৰ্থীক ৰজা চণ্ডীবৰুৱা বিদ্যাৰ্থী বঁটা প্ৰদান

16/07/2025

হাউলীত বাহিৰা ই-ৰিক্সা প্ৰবেশ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদঃ

সদৌ হাউলী ই-ৰিক্সা চালক ইউনিয়নৰ

15/07/2025

অৱশেষত হাউলীৰ পিয়াৰা খাতুনৰ মৃতদেহ উদ্ধাৰ ।

#

14/07/2025

হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ অন্তৰ্গত মানৱ সম্পদ উন্নয়ন সমিতি আৰু হাউলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত গ্ৰীষ্মকালীন শিক্ষাদান আজিৰে পৰা ২৩ তাৰিখলৈ পি এম শ্ৰী আদৰ্শ বিদ্যাপীঠ হাইস্কুলত আৰম্ভ হৈছে

14/07/2025

শিক্ষক শিক্ষয়িত্ৰীক মানসিক হাৰা শাস্তি, অকথ্য গালি - গালাচ, দাবী-ধমকি, দুৰ্নীতি পৰায়ণ, অহংকাৰী লম্পট, প্ৰাক্তন ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসৰ বিৰুদ্ধে এখন সংবাদমেল আজি দিনৰ ১২ বজাত হাউলীত অনুষ্ঠিত হয়। উক্ত সংবাদমেল অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক সুকুমাৰ ঘোষে সংবাদ মেল সম্ভোধন কৰি এনেদৰে কয়ঃ

14/07/2025

বঙালী যুব ছাত্ৰ ফেডাৰেচনৰ পৰা প্ৰয়াত অৰ্জুন শীলৰ হত্যাকাৰীক অতি শীঘ্ৰে আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে হাউলী থানাত প্ৰতিবাদী সমদল ।

12/07/2025

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰপেটা , হাউলীৰ প্ৰাক্তন প্ৰশিক্ষাৰ্থী সন্মিলনৰ আহ্বায়ক সমিতিৰ সংবাদ মেল।
,7002353477
7099692017,
9957073274,
7002345943

 #নিৰুদ্দেশ হাউলী পৌৰসভাৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ বাসিন্দা  পীয়াৰা খাতুন (মানসিক ৰোগী)যোৱাকালি ৰাতি ১১ বজাৰ পৰা নিৰুদ্দেশ ...
12/07/2025

#নিৰুদ্দেশ

হাউলী পৌৰসভাৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ বাসিন্দা পীয়াৰা খাতুন (মানসিক ৰোগী)

যোৱাকালি ৰাতি ১১ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। তেখেতৰ বয়স আনুমানিক ৬৫ বছৰ হব।কোনোবাই যদি তেখেতেৰ সন্ধান বিচাৰি পায় তেন্তে তলত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

ফোন নং....9954322844
7002515207

Address

Howli

Alerts

Be the first to know and let us send you an email when Howly Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share