HOWLY TIME Digital

HOWLY TIME Digital Digital News Portal

দিল্লীৰ নতুন মুখ‍্যমন্ত্ৰী ৰেখা গুপ্তা
19/02/2025

দিল্লীৰ নতুন মুখ‍্যমন্ত্ৰী ৰেখা গুপ্তা

08/02/2025

মই আৰু প্ৰমোদ বড়ো আলোচনা কৰিহে খাম্ফা বৰগয়াৰীক DEPUTATION ত পঠাইছোঁ।

কাৰণ UPPL দলত জ্ঞান বুদ্ধি থকা মানুহ নাই...

আগতে চন্দন ব্ৰহ্মক পঠাই দিছো DEPUTATION ত।

UPPL দল নচলে বাবে এইবাৰ খাম্ফা বৰগয়াৰীক
পঠাইছোঁ।

Hagrama Mohilary

হাউলী সাংবাদিক সন্থাৰ সৌজ্যন্যত দিব্যাংগ লোকৰ কল্যান আৰু সাংবাদিক সন্থাৰ ভৱন নিৰ্মানৰ সাহায্যাৰ্থে আয়োজিত হাউলীৰ বৃহৎ উপ...
29/09/2024

হাউলী সাংবাদিক সন্থাৰ সৌজ্যন্যত দিব্যাংগ লোকৰ কল্যান আৰু সাংবাদিক সন্থাৰ ভৱন নিৰ্মানৰ সাহায্যাৰ্থে আয়োজিত হাউলীৰ বৃহৎ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা।

14/09/2024

হাউলীৰ বানিয়াৰাপাৰা-গৰেমাৰী বজাৰত মুকলি হ'ল ফিনো পেমেন্টচ বেংকৰ মিনি শাখা।

Celebrating 1st year anniversary,Saki 27Candles family restaurant, Howly
13/09/2024

Celebrating 1st year anniversary,
Saki 27Candles family restaurant, Howly

11/09/2024

আজিয়েই আত্মসমৰ্পন কৰিব চুমী বৰাই। ভিডিঅ' বাৰ্তাযোগে চুমী বৰাই কৰিলে বিস্ফোৰণ।

08/09/2024

১৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৪ লৈ মুঠ ১৫ দিনীয়া বৰ্ণাঢ্য কৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হ'ব ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ।

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী চুমী বৰা! বিশাল ফুকনৰ লগত অনলাইন ট্ৰেডিঙৰ নামত কোটি-কোটি টকা লুণ্ঠন চলোৱাৰ...
03/09/2024

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী চুমী বৰা!

বিশাল ফুকনৰ লগত অনলাইন ট্ৰেডিঙৰ নামত কোটি-কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ চুমী বৰাৰ বিৰুদ্ধে!

02/09/2024

ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ বৰপেটাৰ ২৮ গৰাকী ব্যাক্তি। ইয়াৰে হাউলীৰ কালঝাৰৰ ৩ মহিলা। আত্মীয়ৰ মাজত অবৰ্ণনীয় পৰিৱেশ।

বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান
02/09/2024

বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান

সাংবাদিক জয়ন্ত কুমাৰ দাস আমাৰ মাজত আৰু নাই।====================================সকলো ৰাইজক অতি দুখেৰে জনাওঁ যে বৰপেটাৰোডৰ...
02/09/2024

সাংবাদিক জয়ন্ত কুমাৰ দাস আমাৰ মাজত আৰু নাই।
====================================
সকলো ৰাইজক অতি দুখেৰে জনাওঁ যে বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক তথা “বৰপেটা এক্সপ্ৰেছ”ৰ এডমিন জয়ন্ত কুমাৰ দাসে ইহলীলা সম্বৰণ কৰে । দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে আজি তেখেতে শেষ নিস্বাস ত্যাগ কৰে । তেখেতৰ মৃত্যুত সংবাদ মহলৰ লগতে সমগ্ৰ জিলাখনতেই গভীৰ শোকৰ ছাঁ পৰিছে ৷

29/08/2024

হাউলীত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সংবাদ মেল।

ধিঙত সংঘটিত হোৱা নাৰকীয় কাণ্ডৰ পিছতে উজনিত আৰম্ভ হোৱা মিঞা হাটাও অভিযান সন্দৰ্ভত সংবাদ মেল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।

সংবাদ মেলত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংখ্যালঘূ সংগ্ৰাম পৰিষদে।

Address

Barpeta
Howli
781316

Website

Alerts

Be the first to know and let us send you an email when HOWLY TIME Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share