Md Badar

Md Badar Ⓑমরণের গ্যারান্টি আছে, জীবনের গ্যারান্টি নাই তাই মৃত্যুর জন্য সর্বদা প্রস্তুত আছিⒷ

08/02/2026

👉

08/02/2026

গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাজ্যৰ দল সংগঠনে

সকলো মিঞা মুছলমান অচিনাকী নহয় - মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
07/02/2026

সকলো মিঞা মুছলমান অচিনাকী নহয়
- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

03/01/2026

'উচ্ছেদৰ ৰাজনীতি বেছি দিন নচলে। ডবকাত হোৱা উচ্ছেদে উলংঘা কৰিছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ'।ডবকাত হোৱা উচ্ছেদত বাধা দি AIUDF নেতা বিল্লাল উদ্দিনৰ বিস্ফোৰণ।হোজাই জিলা ADCৰে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত ছিৰাজুদ্দিন আজমলৰ নমিনি AIUDF নেতা বিল্লাল উদ্দিন ডাঙৰীয়া।হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্তই গছ কটাৰ অনুমতি দেখাব লাগে বুলি উভতি ধৰিছে বিল্লাল উদ্দিনে।

03/01/2026

Ijtema

Address

Hugli

Website

Alerts

Be the first to know and let us send you an email when Md Badar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share