A.Mutalib$123

A.Mutalib$123 please my page like and follow me

30/03/2024
2015
03/10/2023

2015

13/05/2023

Good morning everyone

07/05/2023

আমাৰ মায়ং ত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ হৈ আছে

Repostপুৰুষৰ জীৱনটো।-------------------------আচলতে পুৰুষ হৈছে আল্লাহ সৃষ্টি কৰা এনেকুৱা এটা জীৱ,  যি কেৱল ত্যাগ আৰু বুজা...
05/05/2023

Repost

পুৰুষৰ জীৱনটো।
-------------------------

আচলতে পুৰুষ হৈছে আল্লাহ সৃষ্টি কৰা এনেকুৱা এটা জীৱ, যি কেৱল ত্যাগ আৰু বুজাবুজিৰেই জীৱনটো চলিব লাগে।

যি আনৰ দায়িত্ব লৈ লৈ পাহৰি যায় যে নিজৰো এটা জীৱন আছে।

সৰুতেই চকলেটটো ত্যাগ কৰে ভনিয়েকৰ বাবে।

নিজৰ সপোনবোৰ ত্যাগ কৰে মাক-দেউতাকৰ সুখৰ বাবে।

নিজৰ মানিবেগটো খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ বাবে।

গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে।

বেঙ্কৰ পৰা ঋণ লয় নিজৰ পৰিয়ালটোৰ সুখৰ বাবে, কিন্তু সেই ঋণ ঘুৰাওতেই পাৰ হয় গোটেই জীৱন।

তাৰ উপৰিও তেওঁ নিজৰ পত্নী, মাক আৰু অফিচৰ বচৰ পৰা গালিবোৰ আছেই।

ইফালে গোটেই জীৱনটো পত্নী, মাক, শাহু আৰু অফিচৰ বচ্। এই সকলে নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে।

মুঠতে গোটেই জীৱনটো আনৰ বাবেই ত্যাগ কৰোতে যায়।

এতিয়া অন্য এক দৃষ্টিৰে পুৰুষ কি শুনক —

🔹পত্নীৰ কথা শুনিলে কয় — "কাপুৰুষ"।

🔹পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘুৰা দেখি কিবা এটা কোৱা হয়, তেতিয়া কয় — "সন্দেহবাদী"।

🔹একো নকলে কয় — "ভয়াতুৰ"।

আকৌ যদি ...…

🔹ঘৰৰ বাহিৰত দেৰিলৈকে থাকিলে কয় — "ধিতিঙালি কোবাই ফুৰা"।

🔹যদি ঘৰতে সোমাই থাকে কয় — "ঘৰ গোনা"।

🔹ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় — "বৰ মতা"।

🔹শাসন নকৰিলে কয় — "গুৰুত্ব নিদিয়া"।

🔹যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়া হয় তেতিয়া কয় — "ঠেক মগজুৰ"।

🔹ইফালে চাকৰি কৰিবলৈ দিলে কয় — "মাইকীৰ টকাৰে চলা"।

🔹কেনেবাকৈ পত্নীৰ মাকৰ কথাত চলিলে কয় — "চমচাগিৰি"।

🔹পত্নীৰ কথাত চলিলে কয় — "তিৰোতা সেৰুৱা"।

তথাপিও গোটেই জীৱনটো বুজাবুজি, ত্যাগ সংঘৰ্ষৰ মাজেৰেই পাৰ কৰা পিছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে।

বিচাৰে মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মিঠা মাত।

সেইবাবেই পুৰুষক সদায়ে সন্মান কৰিব লাগে।

এজন পুৰুষ কাৰোবাৰ পুত্ৰ, কৰোবাৰ ককাই, কাৰোবাৰ ভাই, কৰোবাৰ প্ৰেমিক, কৰোবাৰ জোৱাই বা কৰোবাৰ দেউতাক হব পাৰে।

কিন্তু তেওঁৰ জীৱনটো সদায় এটা সংঘৰ্ষৰে জৰ্জৰিত।

Address

Jagiroad

Website

Alerts

Be the first to know and let us send you an email when A.Mutalib$123 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to A.Mutalib$123:

Share