29/03/2023
অসমৰ বিহুনৃত্যক বিশ্ব অভিলেখ গঢ়াৰৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে । এই অভিলেখ গঢ়া উদ্দেশ্য জাগীৰোডৰ বৰনামঘৰ প্ৰাংগনত ইং ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ আয়োজন কৰা হৈছে বিহুৱা বিহুৱতীৰ
বিহুনৃত্যৰ আখৰা শিবিৰ।