Times Jagiroad News

20/09/2025

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শেষ শ্রদ্ধাঞ্জলি কণ্ঠশিল্পী দীপলিনা ডেকাৰ...
Times Jagiroad News

“ফেষ্টিবেল মহন্ত “ ৰূপে খ্যাত শ্যামকানু মহন্ত নামৰ বেপাৰী জনক ভালকৈ জেৰা কৰিব লাগে । ফেষ্টিভেল পাতি জেকাই জেকাই মদ খুৱাই...
20/09/2025

“ফেষ্টিবেল মহন্ত “ ৰূপে খ্যাত শ্যামকানু মহন্ত নামৰ বেপাৰী জনক ভালকৈ জেৰা কৰিব লাগে । ফেষ্টিভেল পাতি জেকাই জেকাই মদ খুৱাই অতিথি সকলক পেল কৰি নিজৰ ফেষ্টিভেলৰ টি আৰ পি বঢ়াই কেৰোণেৰে ধন ঘটাত পাকৈত এই ব্যক্তিজন। সাংঘাতিক লেবেল দিয়া এই মানুহ জনক আমি কেতিয়াও ক্ষমা নকৰোঁ‌। গৰিমা বৌ লগত থকা হ'লে জুবিনৰ সৈতে এনেকুৱা কাহানিও ন'হল হ'য়। নৰ্থ ইষ্ট ফেষ্টিভেল চিঙ্গাপুৰত পাতি ফেষ্টিভেল মহন্তই কোটি টকা ঘটিলে কিন্তু অসমৰ এটি অমূল্য সম্পদকো জলাঞ্জলী দি দিলে তাত নি😢😢 শেষ
Times Jagiroad News

মৰিগাঁও জিলাত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সাময়িকভাৱে স্থগিতশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই  মৰিগাঁও জিলাৰ বিদ্যালয়সমূ...
19/09/2025

মৰিগাঁও জিলাত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সাময়িকভাৱে স্থগিত

শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই মৰিগাঁও জিলাৰ বিদ্যালয়সমূহত শনিবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ছয়মহীয়া পৰীক্ষা সাময়িকভাৱে স্থগিত কৰিবলৈ মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই নিৰ্দেশ দিছে

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত চলি থকা প্ৰথম সামগ্ৰিক মান নিৰূপণ আৰু দ্বিতীয় গঠনাত্মক মান নিৰূপণো স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে

শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন নোহোৱালৈ বিদ্যালয়সমূহত পৰীক্ষা অনুষ্ঠিত কৰা নহ'ব বুলি জিলা শিক্ষা বিষয়াগৰাকীয়ে উল্লেখ কৰিছে...

সাগৰৰ গভীৰতা জুখিব খোজা জুবিন দা, বিশাল প্ৰতিভাৰ অধিকাৰী আছিল ৷ এই অভাৱ সহযে পূৰ্ণ নহব.. বিশাল প্ৰতিভাধৰ জুবিনদা আজি সাগ...
19/09/2025

সাগৰৰ গভীৰতা জুখিব খোজা জুবিন দা, বিশাল প্ৰতিভাৰ অধিকাৰী আছিল ৷ এই অভাৱ সহযে পূৰ্ণ নহব.. বিশাল প্ৰতিভাধৰ জুবিনদা আজি সাগৰতেই বিলিনহৈ গ’ল সকলোকে কন্দুৱাই

উভতি নহাৰ বাটেৰে জুবিন........TIMES JAGIROAD NEWS
19/09/2025

উভতি নহাৰ বাটেৰে জুবিন........
TIMES JAGIROAD NEWS

19/09/2025

সমগ্ৰ অসমত পিছুৱাই দিয়া হ'ল ছমহীয়া পৰীক্ষা। সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইট।
TIMES JAGIROAD NEWS

পাখি মেলি উৰি গ'ল জুবিন দা....
19/09/2025

পাখি মেলি উৰি গ'ল জুবিন দা....

Renowned actor Mukul Dev has passed away.May his soul rest in peace.
25/05/2025

Renowned actor Mukul Dev has passed away.
May his soul rest in peace.

'সৰা পাতে পাতে ফাগুণ নামে' গীতটিৰ গায়িকা গায়ত্ৰী হাজৰিকা আৰু নাই। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ২.৩০ বজাত শেষ নিশ্ব...
16/05/2025

'সৰা পাতে পাতে ফাগুণ নামে' গীতটিৰ গায়িকা গায়ত্ৰী হাজৰিকা আৰু নাই। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ। Times Jagiroad News

09/04/2025
WINE SHOP
25/03/2025

WINE SHOP

Address

Belguri Jagiroad
Jagiroad
782410

Telephone

+18638383042

Website

Alerts

Be the first to know and let us send you an email when Times Jagiroad News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Times Jagiroad News:

Share