30/08/2026
#জাগীৰোডৰ মাজমজিয়াত ভ*য়ং*কৰ অ*গ্নি*কাণ্ড ৷
#মা সাৰদা শাৰী এম্পৰিয়াম বস্ত্ৰালয়ত সং*ঘ*টিত হয় এই অ*গ্নি*কা*ণ্ডৰ ঘটনা ৷
#জু*ইত সম্পূৰ্ণ জা*হ যায় কাপোৰৰ বিপনীখন ৷
#ঘট*নাস্থ*লীত জাগীৰোড অ*গ্নি*নি*ৰ্বাপন বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জু*ই ৷
#বৈদ্যুতিক শ্ব*ৰ্ট চা*ৰ্কিটৰ ফলত অ*গ্নি*কা*ণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ ৷