Pharew News

Pharew News A Tiwa News
(1)

▶️জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চুৰিকাণ্ড সংঘটিত কৰা ৫ টাকৈ চোৰ আটক
08/09/2026

▶️জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চুৰিকাণ্ড সংঘটিত কৰা ৫ টাকৈ চোৰ আটক





▶️কঠিয়াতলী চাৰিআলিত হ'ব বঢ়মপুৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় - বিধায়ক জিতু গোস্বামী
08/09/2026

▶️কঠিয়াতলী চাৰিআলিত হ'ব বঢ়মপুৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় - বিধায়ক জিতু গোস্বামী

08/09/2026

🟩বিজেপিত দলত আনুষ্ঠানিকভাৱে যোগদানৰ নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মা
🟩 নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা

🟩কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ  APSC আৰু ADRE ৰ বিনামূলীয়া পাঠ্যক্ৰমৰ শুভাৰম্ভণি 🟩কাৰ্বি আংলং জিলা স্বায়ত্তশা...
08/09/2026

🟩কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ APSC আৰু ADRE ৰ বিনামূলীয়া পাঠ্যক্ৰমৰ শুভাৰম্ভণি
🟩কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে বিনামূলীয়া পাঠ্যক্ৰমৰ
🟩 উপস্থিত থাকে কাৰ্যবাহী সদস্য D.Uphing Maslai
Tuliram Ronghang
দ্বীপ কুমাৰ পাটৰ



08/09/2026

🟩বিজেপিত যোগদানৰ পূৰ্বে মৰিগাঁৱত উপস্থিত প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মা
🟩 মাতৃৰ সমাধিত সেৱা ল'লে প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

"প্ৰণৱ দলেৰ মুক্তি আমি কামনা কৰোঁ,কিন্তু তেওঁৰ সৈতে আমাৰ মতাদৰ্শৰ মিল নাই।একাংশই তেওঁক অতি মিচিং সজাব বিচাৰিছে, যদিও মিচ...
08/09/2026

"প্ৰণৱ দলেৰ মুক্তি আমি কামনা কৰোঁ,
কিন্তু তেওঁৰ সৈতে আমাৰ মতাদৰ্শৰ মিল নাই।একাংশই তেওঁক অতি মিচিং সজাব বিচাৰিছে, যদিও মিচিং সমাজৰ বাবে প্ৰণৱ দলেৰ কোনো অৱদান নাই।”- তিলক দলে, সভাপতি, TMPK

🟩পুনৰ নিৰ্ধাৰণ কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী 🟩 বানপানী আৰু লোকপিয়লৰ  বাবে এই সিদ্ধান্ত🟩...
08/09/2026

🟩পুনৰ নিৰ্ধাৰণ কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী
🟩 বানপানী আৰু লোকপিয়লৰ বাবে এই সিদ্ধান্ত
🟩 ২০২৭ চনৰ ২২ ফেব্ৰুৱাৰীলৈ দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান চলিব
🟩২০২৭ চনৰ ৮ মাৰ্চলৈকে চলিব দ্বাদশ শ্ৰেণীৰ পাঠদান
🟩 অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিলে জাননী

08/09/2026

🟩ৰাজ্য চৰকাৰৰ ইনষ্টা ৰীল প্ৰতিযোগিতা
🟩ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজন কৰা ইনষ্টা ৰীল প্ৰতিযোগিতা
🟩 যুৱ প্ৰজন্মক অংশ গ্ৰহণ কৰি সুধাকণ্ঠৰ জীৱন-আদৰ্শক নিজৰ সৃষ্টিশীলতাৰে উপস্থাপন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ




08/09/2026

জাগীৰোডত আৰক্ষীৰ সন্মুখেৰে চোৰাং গৰু সৰবৰাহ

08/09/2026

১৯ চেপ্তেম্বৰত প্ৰতিঘৰ মানুহৰ পদুলিত এগছি বন্তি জ্বলাবলৈ আহ্বান জুবলী বৰুৱাৰ

Address

Jagiroad

Alerts

Be the first to know and let us send you an email when Pharew News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pharew News:

Shortcuts

Share