FriendShip Club, Kaliabor

FriendShip Club, Kaliabor এটি ক্ৰীড়া,সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান

02/08/2026

Shout out to my newest followers! Excited to have you onboard! Xourav Colita, Ankur Goswami, Shekharjyoti Borah, Mrinal Borthakur, Pobitra Konwar, Rita Moni Hazarika

যোৱা 28 জুলাই তাৰিখে আমি ফ্রেণ্ডশ্বিপ ক্লাৱে এটা দলেশিৱসাগৰ জিলাৰ আমগুৰি বাগান (যত প্ৰায় 28 টা ঘৰ বানে উটুৱাই নিয়ে) নিমা...
31/07/2026

যোৱা 28 জুলাই তাৰিখে আমি ফ্রেণ্ডশ্বিপ ক্লাৱে এটা দলেশিৱসাগৰ জিলাৰ আমগুৰি বাগান (যত প্ৰায় 28 টা ঘৰ বানে উটুৱাই নিয়ে) নিমাইজান,খেলুৱা গাঁও,শিৱসাগৰ টাউন ৰ এটা আশ্ৰয় শিবিৰ আৰু শিলসাঁকোৰ পৰা ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত আশ্ৰয় লৈ থকা কিছু ৰাইজ আৰু আনটো দলে ধিতাইপুখুৰীৰ 5 খন গাওঁত কিছু খাদ্য সামগ্ৰী, চাদৰ মেখেলা, আঠুৱা,গেঞ্জী, হাফপেন্ট আৰু সৰু লৰা ছোৱালীৰ কাপোৰ বিতৰণ কৰিলোঁ, আমাৰ এই যাত্ৰাত কৃষ্ণ মহন্ত,অচ্যুত শইকীয়া,ৰাতুল বৰুৱা, জখলাবন্ধা চিকিৎসালয়ৰ ডাক্তৰ সমাজ, জলসিঞ্চন বিভাগ কলিয়াবৰ ,বৰভকতি যুৱ সমাজ,ছেনচোৱা গাঁওৰ মহিলা সমাজ আৰু প্ৰায় 500 ৰো অধিক ৰাইজে সাধ্য অনুযায়ী সহযোগ কৰিলে। সকলোটিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ
সকলোতকৈ ডাঙৰ কথা ছেনচোৱা গাঁওৰ তিনি গৰাকী শিশুৱে ঘৰে ঘৰে গৈ 2250 থকা সংগ্ৰহ কৰে, শিৱসাগৰৰ বানপীড়িত অঞ্চল সমূহ দেখি আমি সিদ্ধান্ত লৈছোঁ অহা সপ্তাহত পুনৰ আমি যাম, এইবাৰ আমি খাদ্য সামগ্ৰী নিনিও কিছু ঘৰৰ লাগতিয়াল সামগ্ৰী নিম আৰু 40 জন মান শ্ৰমিক আৰু আমি ক্লাৱৰ সদস্য যাম ৰাইজৰ কামত সহযোগিতা কৰিম।

23/07/2026

মানুহে মানুহৰ বাবে .....
2017 চন আৰু 2024 চনত কলিয়াবৰত হোৱা বানপানীত অসমৰ বিভিন্ন প্রান্তৰৰ ৰাইজ আহি আমাক সহায় কৰিছিলহি, বৰ্তমান শিৱসাগৰ যোৰহাট চৰাইদেওৰ ৰাইজৰ অৱস্থা বহুত বেয়া , গতিকে আমি ফ্রেণ্ডশ্বিপ ক্লাৱে কলিয়াবৰ বাসীৰ হৈ শিৱসাগৰলৈ অলপ সহায় কৰিম বুলি ভাবিছোঁ গতিকে কোনো ইচ্ছুক কলিয়াবৰীয়াই সহযোগ কৰিম বুলি ভাবিলে সহযোগ কৰিব পাৰে।
বি.দ্ৰ. আমি ক্লাৱে এই কাৰ্যৰ দ্বাৰা বেনাৰ খাব (প্ৰচাৰ) বিচৰা নাই , কেৱল সহযোগিতাহে বিচাৰিছোঁ, কাৰণ আমাৰ ক্লাৱৰ সদস্য সকলৰ সহায়েৰে অকলে নোৱাৰো।
সাধ্যঅনুযায়ী চাউলৰ পেকেট, ডালি আৰু মিঠাতেল দিব।
আমাক সদায় 3 বজাৰ পৰা 6 বজালৈকে ডঃ টি আও ষ্টেডিয়াম ত পাব। যোগাযোগ নম্বৰ :
সভাপতি :8876117515
সম্পাদক : 9101623626
ফ্রেণ্ডশ্বিপ ক্লাৱ।
পুৰণা ভাল কাপোৰ থাকিলেও দিব পাৰে ....

22/07/2026

মানুহে মানুহৰ বাবে .....
2017 চন আৰু 2024 চনত কলিয়াবৰত হোৱা বানপানীত অসমৰ বিভিন্ন প্রান্তৰৰ ৰাইজ আহি আমাক সহায় কৰিছিলহি, বৰ্তমান শিৱসাগৰ যোৰহাট চৰাইদেওৰ ৰাইজৰ অৱস্থা বহুত বেয়া , গতিকে আমি ফ্রেণ্ডশ্বিপ ক্লাৱে কলিয়াবৰ বাসীৰ হৈ শিৱসাগৰলৈ অলপ সহায় কৰিম বুলি ভাবিছোঁ গতিকে কোনো ইচ্ছুক কলিয়াবৰীয়াই সহযোগ কৰিম বুলি ভাবিলে সহযোগ কৰিব পাৰে।
বি.দ্ৰ. আমি ক্লাৱে এই কাৰ্যৰ দ্বাৰা বেনাৰ খাব (প্ৰচাৰ) বিচৰা নাই , কেৱল সহযোগিতাহে বিচাৰিছোঁ, কাৰণ আমাৰ ক্লাৱৰ সদস্য সকলৰ সহায়েৰে অকলে নোৱাৰো। আমাৰ ক্লাৱৰ ওপৰত বিশ্বাস নথকা সকলে সহযোগিতা কৰিব নালাগে,
ক্লাৱে ৰাইজৰ পৰা পইচা বিচৰা নাই সাধ্যঅনুযায়ী চাউলৰ পেকেট, ডালি আৰু মিঠাতেল দিব।
আমাক সদায় 3 বজাৰ পৰা 6 বজালৈকে ডঃ টি আও ষ্টেডিয়াম ত পাব। যোগাযোগ নম্বৰ :
সভাপতি :8876117515
সম্পাদক : 9101623626
ফ্রেণ্ডশ্বিপ ক্লাৱ।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কলিয়াবৰ সমজিলা প্ৰশাসনৰ সহযোগত ফ্রেণ্ডশ্বিপ ক্লাৱ কলিয়াবৰৰ ব্যৱস্থাপনাত গ্...
18/07/2026

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কলিয়াবৰ সমজিলা প্ৰশাসনৰ সহযোগত ফ্রেণ্ডশ্বিপ ক্লাৱ কলিয়াবৰৰ ব্যৱস্থাপনাত গ্ৰীষ্মকালীন সৃষ্টিশীল নৃত্য কৰ্মশালা ৰ প্ৰথম দিন।

সকলোৰে সহযোগিতা কামনা কৰিলো
14/07/2026

সকলোৰে সহযোগিতা কামনা কৰিলো

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কলিয়াবৰ সমজিলা প্ৰশাসনৰ সহযোগত ফ্রেণ্ডশ্বিপ ক্লাৱ কলিয়াবৰৰ ব্যৱস্থাপনাত অহ...
13/07/2026

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কলিয়াবৰ সমজিলা প্ৰশাসনৰ সহযোগত ফ্রেণ্ডশ্বিপ ক্লাৱ কলিয়াবৰৰ ব্যৱস্থাপনাত অহা 17 জুলাই 2025 তাৰিখৰ পৰা 31 জুলাই 2025 তাৰিখলৈ 15 দিনীয়া সৃষ্টিশীল নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। কৰ্মশালৰ প্ৰ-পত্ৰ অহা 15 তাৰিখৰ পৰা ডাঃ টি .আও ষ্টেডিয়াম ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।
কৰ্মশালাৰ স্থান : ডাঃ টি.আও ষ্টেডিয়াম
সময় : বিয়লী 3 বজাৰ পৰা
যোগাযোগ :8876117515

09/07/2026
07/07/2026

ওষ্টাদৰ খেল শেষ ৰাতি ....
79 মিনিতলৈকে 2-0 গ'ল ত পিছ পৰি থকাৰ পিছতো শেষৰ সময় খিনিত 3-2 গ'ল ত জয়লাভ আৰ্জেন্টিনাৰ।

Address

Jakhalabandha

Website

Alerts

Be the first to know and let us send you an email when FriendShip Club, Kaliabor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to FriendShip Club, Kaliabor:

Shortcuts

Share

Category