যমুনামুখ LIVE

যমুনামুখ LIVE Assamese Local Portal

27/10/2025

যমুনামুখৰ সৰুপথাৰত ভয়ানক পথ দুৰ্ঘটনা। ই-ৰিক্সাৰ খুন্দাত গুৰুতৰভাৱে আহত দুই । চিকিৎসালয়ত ভৰ্তি। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।

ৰাহুল গান্ধীয়ে যদি মোক মাতে ময়ো তেওঁৰ লগত যাম গৰিমাৰ ঘৰলৈ- হিমন্ত বিশ্ব শৰ্মা।
16/10/2025

ৰাহুল গান্ধীয়ে যদি মোক মাতে ময়ো তেওঁৰ লগত যাম গৰিমাৰ ঘৰলৈ- হিমন্ত বিশ্ব শৰ্মা।

15/10/2025
জুবিন দাৰ ন্যায়ৰ বাবে আপুনিও লিখক ।
13/10/2025

জুবিন দাৰ ন্যায়ৰ বাবে আপুনিও লিখক ।

11/10/2025

যমুনামুখ আমতলা মাদ্ৰাছাৰ ছাত্ৰ নিখোজ। পৰিয়ালৰ যোগাযোগ নম্বৰ 9890313549

যমুনামুখ আমতলা মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ।
11/10/2025

যমুনামুখ আমতলা মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ।

10/10/2025

চৰকাৰী আঁচনি দিয়াৰ নামত আপোনাৰ পৰা ধন দাবী কৰিছে নেকি ? দালালৰ বিৰুদ্ধে কঠোৰ বিভাগ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ গৃহ, শৌচাগাৰ,ৰেচন কাৰ্ড , অৰুণোদয় আঁচনি আৰু অন্যান্য সুবিধাৰ নামত দালালে ধন সংগ্ৰহ যদি কৰিছে তেন্তে অভিযোগ দিয়ক কঠিয়াতলি উন্নয়ন খণ্ডৰ বিষয়াক।
#

03/10/2025

দুই কণমানি সন্তানৰ লগতে মাতৃৰ সৈতে শোকাৱহ ঘটনা।যমুনামুখত চাঞ্চল্যৰ সৃষ্টি।

28/09/2025

এখন বাছে যি কাণ্ড কৰিলে ,তাৰ পাছৰ দৃশ্য এয়া।
হোজাই যমুনামুখত মহাষষ্টীৰ সন্ধিয়াই তীব্ৰবেগী আল্ট্ৰা বাচে পথচাৰীসহ বহুজনক খুন্দিয়াই পালাবৰ চেষ্টা কৰে। বগুৰি বজাৰত গাতত সোমাই পৰাত উত্তেজিত ৰাইজে খেদি ধৰে বাচখন। বহুজন হতাহত, দোকান-পোহাৰো ভাঙি চুৰ। যমুনামুখ-ডবকা আৰক্ষীয়ে চালকক উদ্ধাৰ কৰে।

22/09/2025

কাইলৈ পুনৰ মৰণোত্তৰ পৰীক্ষা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহৰ। GMCH আৰু AIIMSৰ চিকিৎসকে কৰিব পৰীক্ষা। ৰাইজৰ দাবীত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ।বিদায় সুৰসম্ৰাট, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল LIVE

Address

Jamunamukh
782428

Website

Alerts

Be the first to know and let us send you an email when যমুনামুখ LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share