Jamunamukh Times

Jamunamukh Times For any kind of news which are of real, true do contact us.

12/03/2026

হাতী মানুহৰ সংঘাত হোজাই লংকাত।

যাত্ৰীসকলৰ বাবে সুখবৰ! 🚆১৫৬১১/১৫৬১২ নং ৰঙিয়া–শিলচৰ–ৰঙিয়া এক্সপ্ৰেছ এতিয়া সপ্তাহত ৬ দিনৰ সলনি প্ৰতিদিনে চলিব।১৫৬১২ শিলচৰ–...
10/03/2026

যাত্ৰীসকলৰ বাবে সুখবৰ! 🚆
১৫৬১১/১৫৬১২ নং ৰঙিয়া–শিলচৰ–ৰঙিয়া এক্সপ্ৰেছ এতিয়া সপ্তাহত ৬ দিনৰ সলনি প্ৰতিদিনে চলিব।
১৫৬১২ শিলচৰ–ৰঙিয়া এক্সপ্ৰেছ ১৪ মাৰ্চ ২০২৬ তাৰিখৰ পৰা প্ৰতিদিনে চলিব।
১৫৬১১ ৰঙিয়া–শিলচৰ এক্সপ্ৰেছ ১৫ মাৰ্চ ২০২৬ তাৰিখৰ পৰা প্ৰতিদিনে চলিব।
যাত্ৰীসকলৰ সুবিধাৰ্থে এই সিদ্ধান্ত ৰেলৱে ব’ৰ্ডে অনুমোদন কৰিছে।

Good news for passengers! 🚆

Train No. 15611/15612 Rangiya–Silchar–Rangiya Express will now run daily instead of 6 days a week.

Train No. 15612 Silchar–Rangiya Express will run daily from 14 March 2026, and
Train No. 15611 Rangiya–Silchar Express will run daily from 15 March 2026.

This decision has been approved by the Railway Board for the convenience of passengers.

ভ্ৰমণৰ পূৰ্বে বৈধ টিকট ক্ৰয় কৰক। অধিক ৰাজহ সংগ্ৰহে ষ্টেচনত অধিক ৰেল ষ্টপেজ লাভ কৰাত সহায় কৰে।
22/02/2026

ভ্ৰমণৰ পূৰ্বে বৈধ টিকট ক্ৰয় কৰক। অধিক ৰাজহ সংগ্ৰহে ষ্টেচনত অধিক ৰেল ষ্টপেজ লাভ কৰাত সহায় কৰে।

ৰেল যাত্ৰী সকলে ৰেল যাত্ৰা কৰাৰ পূৰ্বে বৈধ টিকট ক্ৰয় কৰক। ভাল পৰিমাণৰ ৰাজহ সংগ্ৰহে ষ্টেচনত অধিক ৰেল ষ্টপেজ হোৱাত সহায় কৰে।

Purchase a valid ticket before travelling. Your contribution to revenue generation helps the station receive more train stoppages.

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এক পত্ৰৰ যোগেদি সদৰী কৰে যে লামডিং সংমণ্ডলৰ অন্তৰ্গত যমুনামুখ ৰেল ষ্টেচনত অহা ২৫ ফেব্ৰুৱাৰী তাৰ...
19/02/2026

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এক পত্ৰৰ যোগেদি সদৰী কৰে যে লামডিং সংমণ্ডলৰ অন্তৰ্গত যমুনামুখ ৰেল ষ্টেচনত অহা ২৫ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৰখিব ১৫৬১৫-১৬ গুৱাহাটী-শিলচৰ, ১৫৯২৭-২৮ ৰঙিয়া - নিউ তিনিচুকীয়া, ১৫৬৬৫-৬৬ বি.জি এক্সপ্ৰেচ। লগতে লামডিং সংমণ্ডলৰ অধীনৰ হোজাই, লংকা, কামপুৰ, চাপৰমুখ জং, বৰপথাৰ, জাগীৰোড, আমনী আদি ষ্টেচন সমূহেও লাভ কৰিছে কিছু নতুন ৰেল গাড়ীৰ ষ্টপেজ।

The Northeast Frontier Railway informed through an official letter that from 25th February, the following trains will halt at Jamunamukh Railway Station under Lumding Division of NFR:

15615/15616 Guwahati–Silchar Express
15927/15928 Rangiya–New Tinsukia Express
15665/15666 BG Express

Additionally, several stations under the Lumding Division, NFR — Hojai, Lanka, Kampur, Chaparmukh Junction, Barpathar, Jagiroad, Amoni, and others—have also been granted stoppages of some new trains.

ভাল খবৰযমুনামুখ ৰেলৱে ষ্টেচনত ১৫৬১৫-১৬ গুৱাাটীৰ-শিলচৰ ১৫৯২৭-২৮ ৰঙিয়া - নিউ তিনিচুকীয়া ১৫৬৬৫-৬৬ বি.জি এক্সপ্ৰেচৰ ষ্টপেজ...
18/02/2026

ভাল খবৰ
যমুনামুখ ৰেলৱে ষ্টেচনত ১৫৬১৫-১৬ গুৱাাটীৰ-শিলচৰ
১৫৯২৭-২৮ ৰঙিয়া - নিউ তিনিচুকীয়া
১৫৬৬৫-৬৬ বি.জি এক্সপ্ৰেচৰ ষ্টপেজ ৰেলৱে ব'ৰ্ডে অনুমোদন জনাইছে। অহা ২৪ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ষ্টপেজত পূৰ্ণ সম্ভাৱনা।

Good News!
The Railway Board has approved the stoppage of the following trains at Jamunamukh Railway Station:
15615–15616 Guwahati–Silchar Express
15927–15928 Rangiya–New Tinsukia Express
15665–15666 B.G. Express
The stoppages are most likely to come into effect from 24th February, 2026.

যমুনামুখ ৰে’লৱে ষ্টেচন (JMK) ত গুৰুত্বপূৰ্ণ ৰেলগাড়ীৰ ষ্টপেজ  (Stoppage) প্ৰদানৰ বাবে দাবী উত্থাপন।১) ১৫৯৫৯-৬০ কামৰূপ এক...
16/02/2026

যমুনামুখ ৰে’লৱে ষ্টেচন (JMK) ত গুৰুত্বপূৰ্ণ ৰেলগাড়ীৰ ষ্টপেজ (Stoppage) প্ৰদানৰ বাবে দাবী উত্থাপন।

১) ১৫৯৫৯-৬০ কামৰূপ এক্সপ্ৰেছ
অথবা
১৫৬০৯-১০ ছাইৰাং–গুৱাহাটী এক্সপ্ৰেছ
২) ১৫৯২৭-২৮ / ১৫৯৬৭-৬৮ ৰঙিয়া–লিডু / ডিব্ৰুগড় এক্সপ্ৰেছ
৩) ১৫৬৬৫-৬৬ বি.জি. এক্সপ্ৰেছ
অথবা
১৫৯০৯-১০ অৱধ আসাম এক্সপ্ৰেছ
৪) ১৩১৭৩-৭৪-৭৫-৭৬ শিয়ালদহ–শিলচৰ–সাব্ৰুম কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ

যমুনামুখ ৰে’লৱে ষ্টেচন অসমৰ অন্যতম পুৰণি ৰে’ল ষ্টেচন, যি উত্তৰ-পূৰ্ব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অন্তৰ্গত। ই নগাঁও, পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ এটা বৃহৎ অংশৰ লোকসকলৰ বাবে আটাইতকৈ সুবিধাজনক ৰে’ল ষ্টেচন হিচাপে পৰিগণিত।

ক’ভিড-১৯ মহামাৰীৰ পূৰ্বে এই ষ্টেচনত ৩টা মেইল/এক্সপ্ৰেছ ৰে’ল আৰু ১টা পেছেঞ্জাৰ ৰে’লৰ ষ্টপেজ আছিল। কিন্তু মহামাৰীৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’ল সেৱা স্থায়ীভাৱে বাতিল কৰা হয়, যাৰ ভিতৰত উল্লেখযোগ্য—
ডিব্ৰুগড়–পুৰণি দিল্লী জংচন ব্ৰহ্মপুত্ৰ মেইল (ট্ৰেইন নং ১৫৯৫৫-৫৬, পিছলৈ ১৫৬৫৮-৫৯ হিচাপে পুনঃসংখ্যায়িত), যাক ডিব্ৰুগড় আৰু কামাখ্যা জংচনৰ মাজত স্থায়ীভাৱে বাতিল কৰা হয়। ফলস্বৰূপে, অঞ্চলটো ৰাজধানী দিল্লীৰ সৈতে সংযোগ হেৰুৱালে।
ট্ৰেইন নং ১৫৭১৭-১৮ গুৱাহাটী–মাৰিয়ানি ইণ্টাৰচিটি এক্সপ্ৰেছৰ যমুনামুখত ষ্টপেজ আছিল কিন্তু ক’ভিড-১৯ মহামাৰীৰ পাছৰে পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হল ৰেল খন।
ইয়াৰ ফলত যমুনামুখত পৰ্যাপ্ত ৰে’ল সংযোগৰ অভাৱ হৈছে। বিশেষকৈ, এই ষ্টেচনে কেতিয়াও বৰাক উপত্যকাৰ সৈতে সৰাসৰি সংযোগ পোৱা নাছিল।
যমুনামুখত ৰে’ল ষ্টেচনত ৰেলৰ ষ্টপেজৰ বিষয়টো সন্মানীয় সাংসদ শ্ৰী প্ৰদ্যুৎ বৰদলৈয়ে সংসদত উত্থাপন কৰিছিল। ৰে’ল মন্ত্ৰীয়ে বিষয়টো বিস্তৃতভাৱে পৰীক্ষাৰ নিৰ্দেশ দিছিল, আৰু PCOM/NFR-এ ৪-৫টা মেইল/এক্সপ্ৰেছ ৰে’লৰ ষ্টপেজৰ অনুমোদন কৰি প্ৰস্তাৱটো ৰে’লৱে বৰ্ডলৈ প্ৰেৰণ কৰিছিল। তথাপিও, এই অনুমোদনৰ এতিয়ালৈকে কোনো সিদ্ধান্ত কাৰ্যকৰী কৰা হোৱা নাই।

সম্প্ৰতি ট্ৰেইন নং ১৫৬১৫-১৬ গুৱাহাটী–শিলচৰ ফাষ্ট পেছেঞ্জাৰক ১৬ জানুৱাৰী ২০২৬ তাৰিখৰ ৰে’লৱে বৰ্ডৰ চিঠি নং 2023/CHG/13/13 অনুসৰি যমুনামুখত ষ্টপেজৰ অনুমোদন দিয়া হৈছে। এই সিদ্ধান্তে বৰাক উপত্যকাৰ সৈতে আংশিক সংযোগ উন্নত কৰিব।
কিন্তু স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধানৰ বাবে, জনসাধাৰণে তলত উল্লেখ কৰা ৰে’লসমূহৰ যমুনামুখ (JMK) ত ষ্টপেজৰ বাবে দাবী উত্থাপন কৰিছে ___

১) ১৫৯৫৯-৬০ কামৰূপ এক্সপ্ৰেছ
অথবা
১৫৬০৯-১০ ছাইৰাং–গুৱাহাটী এক্সপ্ৰেছ
২) ১৫৯২৭-২৮ / ১৫৯৬৭-৬৮ ৰঙিয়া–লেডো / ডিব্ৰুগড় এক্সপ্ৰেছ
৩) ১৫৬৬৫-৬৬ বি.জি. এক্সপ্ৰেছ
অথবা
১৫৯০৯-১০ অৱধ আসাম এক্সপ্ৰেছ
৪) ১৩১৭৩-৭৪-৭৫-৭৬ শিয়ালদহ–শিলচৰ–সাব্ৰুম কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ

উপৰোক্ত ৰে’লসমূহৰ ষ্টপেজ প্ৰদান কৰিলে—
✔ উজনি অসম, নামনি অসম, বৰাক উপত্যকাৰ আৰু বহিঃৰাজ্য লগত সংযোগ বৃদ্ধি পাব।
✔ যমুনামুখ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ স্থানীয় অৰ্থনীতি শক্তিশালী হ’ব
✔ শিক্ষাৰ্থী, চাকুৰিজীৱী, ব্যৱসায়ী আৰু ৰোগীৰ বাবে স্থায়ী সকাহ প্ৰদান হ’ব
✔ সমতাভিত্তিক আৰু অন্তৰ্ভুক্তিমূলক আঞ্চলিক উন্নয়ন নিশ্চিত হ’ব
সেইবাবে, বৃহত্তৰ যমুনামুখ অঞ্চলৰ জনসাধাৰণে উত্তৰ-পূৰ্ব সীমান্ত ৰে’লৱে, লামডিং সংমণ্ডল, আৰু ভাৰতীয় ৰে’লৱেৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক, সাংসদক আন্তৰিকভাৱে অনুৰোধ জনাইছে যাতে আঞ্চলিক উন্নয়ন আৰু জনসাধাৰণৰ সুবিধাৰ স্বাৰ্থত এই ন্যায্য দাবীটো গুৰুত্বসহকাৰে লৈ ৰেলৰ সুবিধা ব্যৱস্থা কৰিবলৈ ।

Ministry of Railways, Government of India
Kamakhya Prasad Tasa
Jitu Goswami

Ajit Pawar dies in Plane Crash
28/01/2026

Ajit Pawar dies in Plane Crash

26/01/2026

A thief caught by public at Milanpur Area, Jamunamukh..
Police has arrested him and further investigation is being processed

ভাল খবৰ
19/01/2026

ভাল খবৰ

09/01/2026

Address

Jamunamukh
782428

Website

Alerts

Be the first to know and let us send you an email when Jamunamukh Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share