JONAI TODAY

JONAI TODAY আমি সত্য, শুদ্ধ আৰু নিৰপেক্ষত

03/04/2025

🔵 জ'নাইৰ কাংকান চাপৰি প্ৰাথমিক বিদ‍্যালয়ত মিচিং পৰম্পৰাগত ৰীতি-নীতিৰে মিচিং ভাষা পাঠদানৰ শুভাৰম্ভ।

10/03/2025

👉 জোনাইত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথ নিৰ্মাণত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম।

06/03/2025

🔷 জোনাইৰ পুৰণা জেলম গাঁৱত তিনিদিনীয়াকৈ উদযাপন কৰিছে পঃৰাগ উৎসৱ৷

05/03/2025
01/03/2025

উজনি অসমৰ কোনো ঠাইত শংকৰ সংঘৰ অনুষ্ঠান অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ টাইপাৰ।
চিলাপথাৰ প্ৰেছ ক্লাবত টাইপাৰ সংবাদ মেল

22/02/2025

👉 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিৰুদ্ধে টাইপাৰ এজাহাৰ দাখিল ৷

👉 টাইপাৰ ধেমাজি জিলা সমিতিয়ে চিলাপথাৰ আৰক্ষী থানাত গোচৰ দাখিল কৰি কয় আহোম জনগোষ্ঠীক লোকসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰি ওলাই আহিবলৈ আহ্বান।

17/02/2025

➡️ ফাগুনৰ প্ৰথমটো বুধবাৰলৈ মাজত এদিন

➡️ আলি আঃয়ে লৃগাঙক আদৰিবলৈ ব্যস্ত সকলো মিচিং সমাজ।

16/02/2025

➡️ চিলাপথাৰত ৫ টা দিনে সন্ধানহীন কলেজীয়া ছাত্ৰ।

15/02/2025

➡️ চিলাপথাৰত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃষক বুদ্ধেশ্বৰ পামেৰ বিয়োগ। শোকাকুল পৰিবেশৰ মাজত শেষকৃত্য সম্পন্ন।

15/02/2025

🔴 বুধবাৰ নহয় ফাগুনৰ ১ তাৰিখে আলি আয়ে লৃগাং পালন কৰিলে অৰুণাচলত বসবাস কৰা মিছিং জনগোষ্ঠী সকলে।

15/02/2025

🔷 আজিৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ।

13/02/2025

➡️ উন্নয়ণৰ পোহৰে ঢুকি নোপোৱা জোনাইৰ কেইবাটাও অঞ্চল।
➡️ বোকাময় পথেৰে অব্যাহত যাতায়ত।

Address

Jonai

Telephone

+919101421231

Website

Alerts

Be the first to know and let us send you an email when JONAI TODAY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JONAI TODAY:

Share