𝐂𝐡𝐢𝐧𝐠 𝐓𝐢𝐰𝐚

𝐂𝐡𝐢𝐧𝐠 𝐓𝐢𝐰𝐚 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 𝐂𝐡𝐢𝐧𝐠 𝐓𝐢𝐰𝐚, Digital creator, Jonai.

Troi tiwa sigaisa chomot (ATSU), Tiwa mathonlai tokhra(TMT) aro Troi tiwa thiri hari chomot (ATWA) dhemaji chila chomote...
28/12/2025

Troi tiwa sigaisa chomot (ATSU), Tiwa mathonlai tokhra(TMT) aro Troi tiwa thiri hari chomot (ATWA) dhemaji chila chomote choso Bordoloni regional chomote raba-khabare Nam tak Sholewa tiwa chate mujura Tiwa raja khidri JONGAL BALAHU Tin menewa phari.

Tarik-03 January,2026
Thai- Maicha tiwa kristi bhawan, Bordoloni.

23/12/2025

এইয়া হৈছে এজন জাতি প্ৰেমিকৰ কথা , শতাধিক কাৰ্বি জনতাক ৰাজহুৱাকৈ উদ্যেশী নিজক নিজে চেণ্ডেলেৰে চৰিয়াই কান্দি কান্দি কৈছে, “মই কাৰ্বি হৈ কাৰ্বিৰ কাৰণে কি কৰিলোঁ । কাৰ্বি জাতিৰ সুৰক্ষাৰ কাৰণে কি কৰিলোঁ ! কাৰ্বি জাতিৰ আৰ্থিক, ৰাজনৈতিক, সামাজিক-সংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাৰ নিমিত্তে কি কৰিলোঁ । আমি সৰ্বচ্ছ হেৰুৱাবলৈ গৈ আছোঁ । কাৰ্বি জাতি হিচাপে আজি সন্মানজনকভাৱে জীয়াই থকাৰ অধিকাৰ আজি আমাৰ নাই । আমি কাপুৰুষ, আমি দুৰ্বল জাতি, আমি নিজে নিজক প্ৰতাৰণা কৰিলোঁ । আমি বিস্বাসাঘাটক । জাতিৰ লগত আমি প্ৰতাৰণা কৰিলোঁ ।”

এয়াই জাতি প্ৰেম ।
লিটছন ৰংফাৰ

সংগ্ৰহ দ্বীপ কুমাৰ পাটৰ

অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থবৰ্ষ ২০২৫ বৰ্ষৰ যুৱ লেখক সন্মান বঁটা লাভ কৰা তিৱা সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক মুকতঙা মুং...
22/12/2025

অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থবৰ্ষ ২০২৫ বৰ্ষৰ যুৱ লেখক সন্মান বঁটা লাভ কৰা তিৱা সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক মুকতঙা মুংছা জনাৰ্দন পাটৰলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজা পৰম্পৰাগত জোনবিল মেলা জোনবিল পথাৰত অনুষ্ঠিত হ'ব ইং ২২,২৩ আৰু ২৪ ২০২৫ জানুৱাৰিৰ পৰা ।
16/12/2025

ইতিহাস প্ৰসিদ্ধ গোভা দেওৰজা পৰম্পৰাগত জোনবিল মেলা জোনবিল পথাৰত অনুষ্ঠিত হ'ব ইং ২২,২৩ আৰু ২৪ ২০২৫ জানুৱাৰিৰ পৰা ।

14/12/2025

সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেলখনৰ আৰম্ভণিতে প্ৰদৰ্শন কৰা লালিলাং নৃত্য
𝐂𝐡𝐢𝐧𝐠 𝐓𝐢𝐰𝐚

08/12/2025

Maipathala Misawa performed at the 18th Langkhan Festival held at Olukunchi in West Karbi Anglong, organized by the Tiwa Cultural Society Karbi Anglong Committee.
𝐂𝐡𝐢𝐧𝐠 𝐓𝐢𝐰𝐚

02/12/2025

We strongly oppose the tribalization of the six communities.
CCTOA LONG LIVE
TTSC THANG THAIDONG
ATSU LONG LIVE

30/11/2025

Muinari Kanthi Misawa
𝐂𝐡𝐢𝐧𝐠 𝐓𝐢𝐰𝐚

Tiwa khorla ❤️
28/11/2025

Tiwa khorla ❤️

25/11/2025

তিৱা সাংস্কৃতিক সমাজ‌ কাৰ্বি আংলং সমিতিৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ তৰাদুবিত অনুষ্ঠিত কৰা ১৮ সংখ্যক লাংখন মহোৎসৱত উলুকুঞ্চীৰ সংস্কৃতিক দলে প্ৰদৰ্শন কৰা লাংখন নৃত্য ।
𝐂𝐡𝐢𝐧𝐠 𝐓𝐢𝐰𝐚

22/11/2025

Tiwa kanthichuri chomote choso East karbi anglong ne selabar lo haje osa 18th shame langkhon festival lo Phunuwa langkhon misawa.



Address

Jonai
787060

Website

Alerts

Be the first to know and let us send you an email when 𝐂𝐡𝐢𝐧𝐠 𝐓𝐢𝐰𝐚 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share