Jonai Sangbad Today

Jonai Sangbad Today "সত্যৰ সন্ধানত, সদায় আপোনাৰ লগত"

06/06/2025

জোনাইৰ Trinity English Medium High school ,Jonekareng ৰ উদ্যোগত জাতীয় দল সংগঠনৰ সহযোগত ধপাত বিৰোধী কাযসূচী

21/05/2025

Mising Old Video

20/05/2025

Mising old Video Song

18/05/2025

UJONI BIJOYPUR PO:RAG 2024

12/11/2024

Ayangem Kundanna|Nandeswar Doley|Richma Pangging|New Mising Modern Song 2024

07/03/2024

👉 জোনাইত মিচিংসকলৰ পঃৰাগ উৎসৱ উদযাপন

👉 জোনাইৰ ললাদ গাঁৱৰ ৰাইজে ৬ মার্চৰ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে মিচিং সকলৰ পৰম্পৰা পঃৰাগ উৎসৱ৷

👉 পঃৰাগ উৎসৱক লৈ এতিয়া উখলমাখল পৰিৱেশে বিৰাজ কৰিছে ললাদ গাঁও৷

05/03/2024

👉অহা ইং ১৩,১৪ আৰু ১৫ মাৰ্চ তাৰিখে তাৰি বিজয়পুৰৰ তাকাব চন্দ্ৰ মেদক লত্তাত অনুষ্ঠিত হব লগা পঃৰাগৰ প্ৰস্তুতিৰ কিছু দৃশ্য।

04/03/2024

👉 আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ জংগী আন্দোলনৰ হুংকাৰ।
👉 বিশ দিনৰ ভিতৰত ৱাৰ্কাৰ্চ ইউনিয়নৰ দাবীসমূহ পূৰণ নকৰিলে অসমজুৰি জংগী আন্দোলনৰ ঘোষণা।





04/03/2024

সংগীত নাটক বটাঁ প্ৰাপ্তক নি:তম দকচিৰি তৰাবতী বড়ীক জোনাইৰ এক সজাতি যুৱকৰ সম্বৰ্ধনা ।

তাৰি বিজয়পুৰ গাঁৱৰ পঃৰাগ উৎসৱৰ অন্তিমটো সাংস্কৃতিক সন্ধিয়াত উদ্বোধনী গীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ নি:তম দকচিৰি তৰাবতী বড়ীক।

Address

Jonai

Website

Alerts

Be the first to know and let us send you an email when Jonai Sangbad Today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share