Assam Vumi

Assam Vumi A true PODCAST

17/07/2026

জোনাই অৰুণচাপৰী আৰু মধুপুৰ গাৱঁত পুনৰ দিখাৰী নদীৰ বান৷

বুৰাই পেলাইছে বিস্তীৰ্ণ খেতি পথাৰ, বাট পথ, ঘৰ বাৰী।

ASSAM VUMI

17/07/2026

জোনাই মধুপুৰ গাৱঁত পুনৰ দিখাৰী নদীৰ বান৷

বুৰাই পেলাইছে বিস্তীৰ্ণ খেতি পথাৰ, বাট পথ, ঘৰ বাৰী।



ASSAM VUMI

কেওঁফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন পলকতে উটি গল গুহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল.....
17/07/2026

কেওঁফালে গুজৰি গুমৰি আহিলে বান
উটুৱাই নিলে গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গুহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল....

JONAI
ARUN SAPORI
MADHUPUR

17/07/2026

NEET 2026 ত অল ইণ্ডিয়া ৰেংকত ৩৪৬ স্থান লাভ জোনাইৰ মৃন্ময় ময়েঙীয়াৰ।

জোনাইৰ ৰোৱাদ গাঁৱৰ নিবাসী স্বপ্নৰঞ্জন ময়েঙীয়া আৰু শিক্ষয়িত্ৰী সুমিত্ৰা পাংগিংৰ সুযোগ্য সন্তান
মৃন্ময় ময়েঙীয়া ৷

28/05/2026

26/05/2026

20/05/2026

👉 ৫৮ সংখ্যক সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠিত হোৱা সৰু বিহুৱতী প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ ধেমাজিৰ ডিউৰানি বৰুৱাৰ।

19/05/2026

👉 ৫৮ সংখ্যক সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠিত হোৱা সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰতিযোগি জোনাইৰ বাৰ্বী লাহন।

18/05/2026

👉 ৫৮ সংখ্যক সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠিত হোৱা সৰু বিহুৱতী প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ লাভ চিমেনচাপৰিৰ দেৱলীনা কলিতা।

21/01/2026

চিলাপথাৰত ৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰদৰ্শন কৰা বিহু হুচৰি। ...

Address

2 No Murkong Selek
Jonai
787060

Alerts

Be the first to know and let us send you an email when Assam Vumi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Vumi:

Shortcuts

Share

Category