ANE Media 247

ANE Media 247 North East News channel

19/07/2025

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বানৰ প্ৰকোপ

19/07/2025

জোনাইৰ অসম অৰুণাচল সীমান্ত অঞ্চলত নিশাৰ ভাগৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জোনাইৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত।

19/07/2025

জোনাইত বাঢ়নী পানীয়ে চিগিলে ৰায়াং নৈৰ গাইড বান্ধ।
হাজাৰৰো অধিক পৰিয়ালৰ খেতি পথাৰ ধ্বংস হোৱাৰ পথত।
ডুব গৈছে দহখনতকৈ অধিক গাঁৱৰ শ শ পৰিয়াল।

19/07/2025

নিশাৰ ভাগৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জোনাইৰ কেইবাটাও অঞ্চল ডুব গৈছে কৃত্ৰিম বানত

18/07/2025

জোনাইৰ এগৰাকী নিঃসহায় মাতৃৰ কাতৰ আহ্বান অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ৷
মৃত্যুৰ সৈতে অসম চিকিৎসা মহাবিদ্যালয়ত যুজিঁ আছে স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ নুৱেল পেগু।
কোনো সদাহয় ব্যক্তিয়ে যদি পৰিয়ালটোক সহায় কৰিব বিছাৰিছে তেনেহলে 7086737288 নম্বৰত যোগাযোগ কৰিব পাৰিব৷

18/07/2025

জোনাই সমষ্টিৰ নৱগঠিত চিমেন চিচি টঙানী ব্লকৰ আঞ্চলিক পঞ্চায়তখন শান্তিপূৰ্ণ ভাৱে শপত গ্ৰহণ ও নতুন সমিতি গঠন।
সভাপতি হিচাপে ৰঞ্জিত পেগু আৰু উপ সভানেত্ৰী হিচাপে ৰুক্মিণী ঢকালকৈ লৈ গঠন হ'ল আঞ্চলিক পঞ্চায়তৰ নতুন সমিতি।
১৩খন আঞ্চলিক সদস্য সদস্যাকলৈ গঠন হয় চিমেন চিচি টঙানী আঞ্চলিক পঞ্চায়ত।

18/07/2025

মুখ্যমন্ত্ৰীৰ তপা মুৰত আচাৰ্য পংকজ পাঠকে কিয় তেওঁৰ দৰৱ নলগাও বুলি ক'লে?
মুখ্যমন্ত্ৰীৰ ন'বেল বঁটা সন্দৰ্ভতো প্ৰতিক্ৰিয়া আচাৰ্য পংকজ পাঠকৰ।

যোৱা কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে জোনাইৰ এগৰাকী যুৱকউন্নত চিকিৎসাৰ বাবে আৰ্থিক দৈ...
18/07/2025

যোৱা কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে জোনাইৰ এগৰাকী যুৱক
উন্নত চিকিৎসাৰ বাবে আৰ্থিক দৈন্যতাই দেখা দিয়া পৰিয়ালটোক প্ৰয়োজন আৰ্থিক সাহায্যৰ।
কোনো সদাশয় ব্যক্তিৰ পৰা আৰ্থিক সাহায্য বিচাৰি কাতৰ আহ্বান যুৱক গৰাকীৰ মাতৃয়ে।

18/07/2025

এতিয়াৰে পৰা কি কি নীতি নিয়মৰ মাজেৰে মিচিং সকলে পালন কৰিব লাগিব তেওঁলোকৰ ধৰ্মীয় উৎসৱ-পাৰ্বন?
আৰু কি ক'লে মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াই।

17/07/2025

আজি চিলাপথাৰস্থিত দঃঞি-পঃল কমপ্লেক্সত দিনযোৰা কাৰ্যসূচীৰে মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।

17/07/2025

গোৱালপাৰাৰ পাইকান বনাঞ্চলৰ গুলিচালনা ঘটনাক লৈ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া।
উচ্ছেদক বাধা প্ৰদান কৰা আৰু পুলিচক আক্ৰমণ কৰা কাৰ্য্যক নিন্দা জনোৱাৰ লগতে গৰিহণা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
উচ্ছেদ অভিযানক সকলোকে সহায় কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।
আৰক্ষীৰ গুলীত এজন নিহত হোৱা ঘটনাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য মন্ত্ৰী গৰাকী।

মিচিং সকলৰ দহা অৰ্থাৎ দদগাং পতা সন্দৰ্ভত মিচিং বা:নে কেবাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।দদগাং পাতিবলৈ এতিয়াৰে কি কি নিয়ম মা...
17/07/2025

মিচিং সকলৰ দহা অৰ্থাৎ দদগাং পতা সন্দৰ্ভত মিচিং বা:নে কেবাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
দদগাং পাতিবলৈ এতিয়াৰে কি কি নিয়ম মানিব লাগিব এই সিদ্ধান্ত গ্ৰহণ MBK ৰ।

Address

Jonai

Website

Alerts

Be the first to know and let us send you an email when ANE Media 247 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share