N.J. MEDIA

N.J. MEDIA N.J. Media is an Infotainment Web Portal from Jorhat, Assam. For latest and genuine news, follow us!
(1)

21/07/2025

খুমটাইৰ ধনশিৰি নদীৰ বান বিধস্ত এলেকাত কঠিয়া বিতৰণ

গোলাঘাট জিলাৰ মৰঙি ব্লক কংগ্ৰেছ কমিটিৰ সৌজন্যত কঠিয়া যোগান

21/07/2025

পবিত্ৰ শাওন মাহৰ আজি প্ৰথমটো সোমবাৰ

চাপৰৰ জাগ্ৰত চান্দৰডিঙা পাগলাবাবা মন্দিৰত ভক্তৰ ভিৰ

21/07/2025
সুপ্ৰভাত
21/07/2025

সুপ্ৰভাত

20/07/2025

মৰিয়নিৰ নকছাৰিত কঠিয়া তুলিবলৈ গৈ পুখুৰীত পৰি কিশোৰীৰ মৃত্যু

অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ

20/07/2025

দেৰগাঁৱত ৰাইজৰ দলৰ বৃহৎ যোগদান কায্যসূচী

উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ

20/07/2025

যোৰহাটৰ নাজিৰ আলিৰ এঘৰত অগ্নিকাণ্ডৰ ঘটনা


জুইত জাহ গ'ল ৰান্ধনী ঘৰৰ ফ্ৰীজকে ধৰি সকলো সামগ্ৰী

20/07/2025

গোলকগঞ্জ আৰক্ষীৰ সফল ড্ৰাগছ বিৰোধী অভিযান

অভিযানত ড্ৰাগছসহ আটক কৰিলে এজন সৰবৰাহকাৰী

20/07/2025

উচ্ছেদক লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য

ইতিহাসপ্ৰসিদ্ধ শিৱদৌলৰ পৰাই সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে শৃংখল চলিহাৰ হুংকাৰ

গোলাঘাটৰ উৰিয়ামঘাট, শিৱসাগৰৰ চিন্তামনি গড়ত থিতাপি লোৱা সন্দেহজনক নাগৰিকক উচ্ছেদৰ দাবী

বাংলাদেশীয়ে অসম পুলিচৰ গাত লগোৱা প্ৰতিটো কোবৰে হিচাব লোৱাৰ হুংকাৰ

20/07/2025

সৰুপথাৰৰ উৰিয়ামঘাটত জৰীপ চলাই থকা এজন বনবিষয়াক নিলম্বন

নিলম্বিত বনবিষয়াজনৰ নাম কুলদ্বীপ বৰ্মণ

সাংবাদিক আৰু জাতীয় সংগঠনৰ সদস্যক অশালীন শব্দ ব্যৱহাৰ কৰি মাৰপিট কৰিবলৈ উদ্যত হৈছিল বনবিষয়াজন

Address

Jorhat

Telephone

+918638197073

Website

Alerts

Be the first to know and let us send you an email when N.J. MEDIA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to N.J. MEDIA:

Share