PUHOR LIVE8

PUHOR LIVE8 Plz like comment Share My page

23/09/2026

▶️“বিশ্ব মঞ্চত যোৰহাটৰ হীৰকজিৎ বৰা, জাপানত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু”

▶️২৩ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ জাপানত অনুষ্ঠিত হ’ব এই বিশ্ব পাঞ্জা প্ৰতিযোগিতা।

23/09/2026

ৱাৰ্ছত যোৰহাটৰ কন্যাৰ সাফল্য
প্ৰজ্ঞা পৰাশৰে লাভ কৰিলে সন্মানীয় ই-এমআৰএছ ইয়ং ৰিচাৰ্চাৰ এৱাৰ্ড*

23/09/2026

▶️পলাশ বৰা, ৰঞ্জিত বৰদলৈ, বাবুল বৰা, প্ৰকাশ বৰাৰ লগতে কেইবাগৰাকীও ভাওনা জগতৰ প্ৰতিষ্ঠিত অভিনেতাৰ অভিনয়ে ভাওনাখনক এক বিশেষ মাত্ৰা প্ৰদান কৰে।

23/09/2026

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত জুবিন দিৱস পালন
শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰকৃতিৰ অনন্য জীৱ পথমনি নামৰ হাতীটোৱে।

22/09/2026

▶️ভাওনা উপভোগ কৰিবলৈ সমবেত হ’ল তিনি সহস্ৰাধিক ভাওনা প্ৰেমী দৰ্শক
▶️শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱৰ লগত সংগতি ৰাখি মহাপুৰুষীয়া ভাওনা ‘ভীষ্ম পৰ্ব’ প্ৰদৰ্শন
▶️তিনিটা দশক ধৰি অসমৰ বিভিন্ন নামঘৰ আৰু সাংস্কৃতিক অনুষ্ঠানত নিজৰ অভিনয় প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰি অহা
▶️পলাশ বৰা, ৰঞ্জিত বৰদলৈ, বাবুল বৰা, প্ৰকাশ বৰাৰ লগতে কেইবাগৰাকীও প্ৰতিষ্ঠিত অভিনেতাৰ অভিনয়ে ভাওনাখনক এক বিশেষ মাত্ৰা প্ৰদান কৰে।

বিনামূলীয়া বৃহৎ আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ ২৭ চেপ্তেম্বৰ
22/09/2026

বিনামূলীয়া বৃহৎ আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ
২৭ চেপ্তেম্বৰ

22/09/2026

যোৰহাট বাসীৰ বাবে সুখবৰ।

যোৰহাটত মুকলি কৰা হ'ল Gen Z Trends

22/09/2026

৪টা CLFৰ উদ্যোগত চাৰিদিনীয়া বিনামূলীয়া স্বাস্থ্য আৰু কৰ্কট ৰোগ নিৰীক্ষণ শিবিৰ

22/09/2026

লখিমী নগৰত এদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ ৰ ৫৭৮ সংখ্যক জন্মজয়ন্তী পালন

22/09/2026

হোটেল প্ৰীজমত সদৌ অসম ভিত্তিত " MJM গ্ৰুপে" ২৬ ছেপ্তেম্বৰত আয়োজন কৰিছে পুৰুষ মহিলা উভয়ে "প্ৰাগজ্যোতিষপুৰ ২০২৬" সাজ-পাৰ প্ৰতিযোগিতা

Address

Jorhat
785001

Alerts

Be the first to know and let us send you an email when PUHOR LIVE8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PUHOR LIVE8:

Shortcuts

Share