
12/10/2025
📌জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ
নিজৰ লগুন ছিঙিলে এজন অনুৰাগীয়ে
📌লগুন ছিঙি ক'লে-'মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম নাই' মই কাঞ্চনজংঘা
📌নিজৰ লগতে নিজ সন্তানকো ধৰ্মৰ পৰা
আতৰাই ৰখিব বুলি যুৱকজনে প্ৰতিজ্ঞা কৰে
যুৱকজনে মানসিক ভাৰসাম্যতা হেৰুৱাই
জটিল মান*সিক ৰোগত আ*ক্ৰা*ন্ত হোৱা
বুলি মতামত একাংশ ধৰ্মপ্ৰান ৰাইজৰ