Axom tv 24X7

Axom tv 24X7 Axomtv24x7 Digital News Media From Northeast india

[email protected]
8486447289

08/01/2026

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই একেদিনাই ৩৮ টা কামৰ শুভ উদ্বোধন কৰে

07/01/2026

কলিয়াবৰ ১ নং বৰঘূলীত ভয়ংকৰ অগ্নি কাণ্ড।
এটি ৩ মহীয়া শিশু অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আহত হৈছে দুজন।

লিডুত বিবাহিত মহিলা নিৰুদ্দেশ ।    #
08/10/2025

লিডুত বিবাহিত মহিলা নিৰুদ্দেশ ।
#

19/09/2025

জুবিন গাৰ্গক চিনি নোপোৱা ব্যক্তিজন এতিয়া বিপদত

19/09/2025

টীয়কত জিলা প্ৰশাসনৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ প্ৰতিবাদত মৃতদেহ সন্মুখত লৈ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ

প্ৰিয় শিল্পী জনলৈ জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি🙏🙏🙏
19/09/2025

প্ৰিয় শিল্পী জনলৈ জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি🙏🙏🙏

18/09/2025

অসমীয়া চুটি ছবি ‘মিছা-The False’ জাগৰণ ফিল্ম ফেষ্টিভেললৈ মনোনীত

* 0. প্ৰগতি NGO উদ্যোগত প্ৰথম বাৰ্ষিক মাৰথান দৌৰ প্ৰতিযোগিতা  ২০২৬বৰ্ষ * 0. প্ৰগতি NGO য়ে যোৱা বছৰ কেইটাতো শিক্ষা, স্বাস...
18/08/2025

* 0. প্ৰগতি NGO উদ্যোগত প্ৰথম বাৰ্ষিক মাৰথান দৌৰ প্ৰতিযোগিতা ২০২৬বৰ্ষ
* 0. প্ৰগতি NGO য়ে যোৱা বছৰ কেইটাতো শিক্ষা, স্বাস্থ্য, আৰু প্ৰকৃতি লগতে মানৱতাৰ উপৰিও ক্ৰীড়া ক্ষেত্ৰত সহায় সহযোগ লগতে বিভিন্ন এলেকাৰ গাঁও সমূহত সহায় আগবঢ়াই আহিছে ৷
* 0.প্ৰগতি NGO য়ে ক্ৰীড়া ক্ষেত্ৰত নৱ প্ৰজন্মক উৎসাহ সাহস দি আগুৱাই নিয়া চিন্তা চৰ্চা কৰি অহা হৈছে, লগতে স্বাস্থ্য আৰু মানৱতাৰ ক্ষেত্ৰত বৰ্তমান লৈকে 0.প্ৰগতি NGO সভাপতি শ্ৰী বিকাশ দিহিঙীয়াই ৩৬৭ জন লোকক সেৱা আগবঢ়াই আহিছে ৷

* স্থান: লেজাই-কলাখোৱা অঞ্চল ডিব্ৰুগড় জিলা৷
* যোগাযোগ - 6002993470
*0.প্ৰগতি NGO
সভাপতি: শ্ৰী বিকাশ দিহিঙীয়া
সধাৰণ সম্পাদক: শ্ৰী মানস প্ৰতীম গগৈ ৷

18/08/2025

* আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম দিন।
* ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আৰম্ভ হৈছে প্ৰসংঙ্গীয়া পাল নাম

16/08/2025

যোৰহাটৰ কৃষক, বীজ সংৰক্ষক মহান বৰাক "UNSUNG HERO" ঘোষণা মেভেৰিক(MAVERICK) ৰাইডাৰ্ছৰ

৭৯ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
14/08/2025

৭৯ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অসম টিভিয়ে গৌৰৱোজ্জল দুটা বছৰ অতিবাহিত কৰিলে । বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে অসম টিভিয়ে তিনি বছৰত ভৰি থোৱাৰ সময়ত সেই সকল স...
14/08/2025

অসম টিভিয়ে গৌৰৱোজ্জল দুটা বছৰ অতিবাহিত কৰিলে । বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে অসম টিভিয়ে তিনি বছৰত ভৰি থোৱাৰ সময়ত সেই সকল সু হৃদয় শ্ৰোতা দৰ্শকক কৃতজ্ঞতা জনাইছোঁ যিসকলৰ অকৃত্ৰিম মৰম, সহযোগিতাই আমাক আমাৰ পথত আগবাঢ়ি যোৱাত ইন্ধন যোগাইছিল। আশা কৰিম অনাগত দিনত আপোনালোকৰ পৰা লাভ কৰিম অধিক মৰম, সহযোগিতা।

Address

Nakachari, Deoboria Bazar
Jorhat
785635

Telephone

+918486447289

Website

Alerts

Be the first to know and let us send you an email when Axom tv 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom tv 24X7:

Share