Biswajit Lahon vlogs

Biswajit Lahon vlogs এই পেজটিৰ জৰিয়তে আপোনালেকক গঠন মূলক বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়োৱা হব।

I have reached 300 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
30/07/2023

I have reached 300 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

15/11/2022

🔷 "দেশতকৈ মোমাই ডাঙৰ নাহয়", নামৰ পেজটোৱে মহাবীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বীৰত্বৰ বিষয়ে প্ৰস্তুত কৰা এটি ভিদিও আপোনালোকলৈ আগবঢ়ালো।

🔷 এইবাৰ কেন্দ্রীয় ভাৱে উদযাপন হব লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী।

13/11/2022

🔷অচ্যুত ভৱনৰ প্ৰাঙ্গনত প্ৰয়াত চিত্রশিল্পী নীলপৱন বৰুৱাৰ স্মৃতিচাৰণ সভাত দিহানাম পৰিৱেশন

10/11/2022
10/11/2022

মোৰ ওলাবলৈ হলে কৈ দিবি, ভিৰ লাগোতেই পান কেইটামান বেচি লওঁ .....

09/11/2022

🔷 অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সত্ৰনগৰী মাজুলীত শ্ৰীকৃষ্ণৰ ৰাসলীলাই সকলোকে মোহিত কৰিছে।

🔷 চকু থৰ কৰি মাথো উপভোগ কৰি গৈছে ৰাসলীলাৰ বিভিন্ন দৃশ্য।

08/11/2022

🔷 দেশী-বিদেশী পৰ্যটকে ৰাস চাবলৈ ভিৰ কৰিছেহি সত্ৰনগৰী মাজুলীত

Address

Jorhat

Telephone

+18135018899

Website

Alerts

Be the first to know and let us send you an email when Biswajit Lahon vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share