DNA North East

DNA North East Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DNA North East, Media/News Company, Jorhat.

26/02/2026
24/02/2026

▶️ৰাজপথত শিল গুটি পৰি থকাৰ বাবেই অঘটন! কথমপি প্ৰা/ণ ৰ/ক্ষা যুৱকৰ

18/02/2026

▶️অখিল গগৈক সদনত চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

17/02/2026

🚨ৰাজপথত যুৱকৰ তাণ্ডৱ

▶️দুই যুৱতীক ৰাজপথতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ যুৱকৰ
▶️ পোন প্ৰথমে অভিযুক্তই নিজৰ ক’লা ৰঙৰ Scorpio গাড়ী যুৱতী অহা টেক্সিৰ আগত ৰাখি ৰাস্তা বন্ধ কৰে।
▶️ এজনী যুৱতী গাড়ীৰ বাহিৰত থিয় হৈ অভিযুক্তক বাধা দিবলৈ চেষ্টা কৰিছিল, আৰু আনজনী টেক্সিৰ ভিতৰত আছিল।
▶️অভিযুক্তই টেক্সিৰ দুৱাৰ খুলি ভিতৰত থকা যুৱতীক জোৰকৈ টানি বাহিৰলৈ উলিয়াই আনে আৰু দুয়োজনী যুৱতীক পোন পটিয়া গালত চৰ সোধাই।
▶️ঘটনাৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা লয় আৰু অভিযোগ (FIR) দাখিল কৰে।
▶️আৰক্ষীৰ তদন্তত অভিযুক্তজনক চিনাক্ত কৰা হৈছে — Manish Saini।
▶️ এই ঘটনা সংঘটিত হৈছে জয়পুৰত

11/02/2026

▶️অসমীয়া মানুহৰ আশীৰ্বাদত মোৰ বহুত সাহস আছে : মুখ্যমন্ত্ৰী।
▶️যিমানেই কেচ দিয়ক মই ভয় নাখাওঁ।'
▶️'বাংলাদেশী মিঞাৰ ওপৰত জবৰদস্ত হামলা হ'ব লাগে।'

Address

Jorhat

Telephone

+917002771268

Website

Alerts

Be the first to know and let us send you an email when DNA North East posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share