OK Visual Advertising Agency

OK Visual Advertising Agency We are a Visual Advertising Agency. We always ready to do Social Marketing/SEO & PPC/ Lead generate of your Business/Industry/Shopping Mall etc.

We are 100% support you
No matter, What is your platform ? Contact us for more details

https://youtu.be/EJL9NoEf7dA
23/08/2021

https://youtu.be/EJL9NoEf7dA

Why not Network Marketing ? || Narendra Modi says about Direct Selling Business || OK DigitelWe are a Visual Advertising Agency. We always ready to do Social...

Why Job is need in life ? আপোনাৰজীৱনত চাকৰি কিয় প্ৰয়োজন ?https://youtu.be/NCvypNqVMf4                   #চাকৰি
18/06/2021

Why Job is need in life ? আপোনাৰজীৱনত চাকৰি কিয় প্ৰয়োজন ?

https://youtu.be/NCvypNqVMf4

#চাকৰি

We are a Visual Advertising Agency. We always ready to do Social Marketing of your Business.We have* 6yr experience of Video Creating* Professional Team memb...

What is Network Business ? / Case study on Network Marketing /  কিয় নকৰিব Network Businesshttps://youtu.be/IxArXznwlEI  ...
25/05/2021

What is Network Business ? / Case study on Network Marketing / কিয় নকৰিব Network Business

https://youtu.be/IxArXznwlEI

We are a Visual Advertising Agency. We always ready to do Social Marketing of your Business.We have* 6yr experience of Video Creating* Professional Team memb...

 #কথা_পাতোঁ_আহঁককথা পাতো আহক, বৰ্তমান Covid 19 ৰ ভয়াবহ সময়ত যাতে আপোনাৰ Income ত প্ৰভাৱ নপৰে তাৰ বাবে কি কৰিব ? জানো আহক...
12/05/2021

#কথা_পাতোঁ_আহঁক

কথা পাতো আহক, বৰ্তমান Covid 19 ৰ ভয়াবহ সময়ত যাতে আপোনাৰ Income ত প্ৰভাৱ নপৰে তাৰ বাবে কি কৰিব ? জানো আহক

১) কোনটো ব্যৱসায় আৰম্ভ কৰিবলৈ ধনৰ প্ৰয়োজন নাই ?
২) বৰ্তমান ব্যৱসায় ঘৰৰ পৰাই কৰিব পাৰি ?
৩) আপোনাৰ জীৱনত সময়, ধন আৰু সুৰক্ষাৰ মূল্য কিমান ?
৪) সুৰক্ষা কাক বোলে ?

তলত দিয়া Whatsapp link ত join হওঁক আৰু 16th May, নিশা 8PM বজাত আমি একেলগে আলোচনাত বহিম ৷

WhatsApp group: https://chat.whatsapp.com/KqCc6prc4z1L2lICwjI7RF

ধন্যবাদ

25/04/2021

How to do Social Media Marketing in Assames/ Powerful tips for Digital Marketing/ OK digital

এইদৰে অসমীয়াত Digital Marketing ৰ বিষয়ে অধিক ভালদৰে জানিবলৈ আমাৰ এই যাত্ৰাত একে লগে থাকক ৷
আপুনি জানিব বিচৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপুনি ইয়াতে পাব ৷

What is Digitel Marketing in Assamese ?
https://youtu.be/UCgW9oYbwC8

How to do Digital Marketing in Assamese ?
https://youtu.be/fe2RwB8prHE

What is SEO in Assamese ?
https://youtu.be/KEOElswUwMg

page -
https://www.facebook.com/Okvisualadvertingagency

E-mail - [email protected]

Contact us for more information
9365169473 / 8135860737

16/04/2021

What is SEO in Assamese ? / SEO কি ?/ What is SERP & Keyword ?/ OK digital

https://youtu.be/KEOElswUwMg

আহক আজি আলোচনা কৰো SEO কি ?
আমি আজি একেবাৰে সহজ ভাষাত বুজিবলৈ চেষ্টা কৰিম SEO কি ?

1. SEO মানে SEARCH ENGINE OPTIMIZATION
2. SEO Website ৰ ranking increase কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷
যিকোনো Website বনোৱা হয় যাতে মানুহে সেইটো চাই ৷ কিন্তু Website বনোৱা আৰু মানুহক দেখুওৱা দুয়োটা বহুত বেলেগ ৷
3. Website বনোৱাৰ ক্ষেত্ৰত Programing language আৰু Wordpress বহুত জৰুৰী ৷
4. বহুত বেছি মানুহে যাতে Website চাই তাৰ বাবে SEO ব্যৱহাৰ কৰা হয় ৷ SEO ব্যৱহাৰ কৰি আমি আমাৰ Website search engine ৰ top ত আনিব পাৰো আৰু বেছি traffic কো আনিব পাৰো ৷
5. Website সমূহত traffic অহাটো খুব প্ৰয়োজন কাৰণ য’ত ভিৰ বেছি ত’ত Income ও বেছি ৷

Search Engine কি ?

Google, Yahoo, Bing ইত্যাদি popular search engine. Search Engine popularity ৰ বিষয়ে আমি ইয়াতে গম পাওঁ যে যেতিয়া আমি যিকোনো বিষয়ে জানিব বিচাৰো তেতিয়া Google ত search কৰোঁ ৷
Search Engine সমূহৰ rules মানে Algorithms থাকে তাৰ ভিত্তিত Website সমূহক ranking দিয়ে ৷

SERP কি ?

SERP মানে Search Engine Result Page. Google ৰ search bar ত যিয়েই type কৰিলে যিটো page খোল খাই সেইটোৱেই হৈছে SERP

SERP দুই ধৰণৰ ৷
Organic Listing আৰু Inorganic Listing

(*) Organic Listing সেইবোৰ যিবোৰত কোনো pay নকৰাকে SEO ব্যৱহাৰ কৰি Google ৰ Top page ত আহিব পাৰি ৷

(**) Inorganic Listing সেইবোৰ যিবোৰত pay কৰিব লগা হয় ৷

SEO কৰিবলৈ Keyword Research বহুত প্ৰয়োজন ৷ Website ranking ৰ বাবে Keyword research জনাৰ বহুত প্ৰয়োজন আছে ৷

SEO কিয় প্ৰয়োজন ?

99% মানুহে যেতিয়া যিকোনো বিষয়ে জানিবলৈ Google ৰ search bar ত type কৰে তেতিয়া top ত অহা Website visite কৰে ৷ খুব কম সংখ্যক মানুৱেহে 2nd, 3rd বা তাৰ পিছৰটো Website viste কৰে ৷ এনেক্ষেত্ৰত আমাৰ Website page যদি 2nd বা 3rd বা তাৰ পাছত আহে, তেতিয়া আমাৰ Website টো খুব কম মানুৱেহে visit কৰিব আৰু traffic কো কম কৈ আহিব ৷ Website ত মানুহৰ ভিৰ হ’লেহে traffic আহে আৰু traffic যদি নাহে তেন্তে Income ও নহয় ৷ লগতে Google ৰ top page ত আপোনাৰ Website অহাটো আপোনাৰ Brand আৰু Goodwill বনোৱাৰ ক্ষেত্ৰত ভাল ৷

সেইয়ে Digital Marketing ক্ষেত্ৰত SEO ৰ বহুত গুৰুত্ব পূৰ্ণ ভূমিকা আছে ৷

আশাকৰোঁ SEO বিষয়ে আমি আপোনাক ভাল দৰে বুজুৱাৰ ক্ষেত্ৰত সফল হৈছো ৷
কিবা যদি আৰু জানিবলৈ সুধিব লগা থাকে তেন্তে Comment box সুধিব পাৰে বা Description box ত দিয়া E-mail ত mail কৰিব পাৰে ৷

Contact us for more information
9365169473 / 8135860737
E-mail - [email protected]
Facebook -
https://www.facebook.com/Okvisualadvertingagency

13/04/2021

আমি এতিয়া বুজি পোৱা হ’লো যে Digital Marketing কৰাৰ এক মাত্ৰ মাধ্যম হ’ল Internet.
এতিয়া জনাৰ প্ৰয়োজন যে কিমান ধৰণে কৰিব পাৰি ৷
আৰু কি কি ?
https://youtu.be/fe2RwB8prHE

(1) SEO

এইটো Technics ব্যৱহাৰ কৰিলে আপুনি আপোনাৰ Website Google ৰ দৰে Source engine সমূহত ত source কৰিলে যাতে Top ত পায় ৷ যাৰ দ্বাৰা আপোনাৰ Site ত Viewers আৰু Customer ৰ সংখ্যা বাঢ়ে ৷ ইয়াৰ বাবে আপোনাৰ Website আৰু ৰ Guidelines অনুসৰি বনাব লগীয়া হয় ৷

(2) Social Media Marketing

Social Media কেইবাটাও Website ৰ যৰিয়তে তৈয়াৰ হৈছে ৷ ৰ যৰিয়তে মানুহে নিজৰ Thoughts, Identity Socially হাজাৰ হাজাৰ মানুহৰ ওচৰত Present কৰে ৷
আপুনিও Social Media ৰ বিষয়ে ভাল দৰে জানে ৷ আমি যেতিয়া এই Site বোৰ চাওঁ তেতিয়া মাজে মাজে ads, advertise ( বিজ্ঞাপন ) দেখিবলৈ পাওঁ ৷ সেইয়ে Product আৰু Business ৰ Advertise ৰ বাবে Social Media ভাল ঠাই ৷

(3) Email Marketing

E-mail ৰ জৰিয়তে কোম্পানীৰ Product ৰ বিষয়ে জনাজাত কৰোৱাটোৱেই হৈছে . Company সমূহৰ বাবে Email Marketing বহু গুৰুত্বপূৰ্ণ, যাতে সময়ে সময়ে গ্ৰাহক সকলক নিজৰ নতুন Product বা Offers সমূহৰ বিষয়ে পোনপটীয়াকৈ জনাব পাৰে ৷

(4) YouTube Marketing

জৰিয়তে যিকোনো Information Video বা Live ৰ জৰিয়তে প্ৰত্যক্ষ ৰূপে জনাব পৰি ৷ ইয়াত মানুহে নিজৰ প্ৰতিক্ৰিয়াও দিবলৈ সুবিধা হয় ৷ Youtube হৈছে Google ৰ পাছতেই 2nd lergest source engine platform য’ত অহৰহ বহুতো User/Viewers পোৱা যায় ৷ ই নিজৰ Product ৰ details Video কৰি প্ৰচাৰ কৰাৰ ভাল platform.

(5) Affiliate Marketing

Website, Blog বা Link ৰ যৰিয়তে Product সমূহৰ প্ৰচাৰ কৰি যি পাৰিশ্ৰমিক পোৱা যায় তাকে Affiliate Marketing কোৱা হয় ৷ আপুনি তৈয়াৰ কৰা Product ৰ Linke সমূহ Website, Blog আদিত Post বা Share কৰাৰ পাছত সেই Link সমূহ গ্ৰাহক সকলে Click কৰি যদি কোনো বস্তু ক্ৰয় কৰে তেতিয়া আপুনি তাৰ বাবদ পাৰিশ্ৰমিক পায়, সেইয়াই হৈছে

(6) PPC Marketing

যিটো Audience ক দেখুৱাবলৈ Pay কৰিব লগা হয় তাকে PPC বা Pay Per Click Marketing কোৱা হয় ৷ এই ads ত Audience এ click কৰিলেই ads দিয়াজনৰ পইচা কাট খাই ৷ ই সকলো ধৰণৰ বিজ্ঞাপনৰ বাবে প্ৰযোজ্য ৷ এই Ads সমূহ , , Ads সমূহৰ মাজে মাজে আহি থাকে ৷ জ জৰিয়তে অত্যাধিক গ্ৰাহক Target কৰিব পাৰি ৷

(7) Apps Marketing

Internet ত মানুহে বেলেগ বেলেগ Apps তৈয়াৰ কৰি বেছি গ্ৰাহকৰ কাষচপা লগতে তাত নিজৰ Product ৰ প্ৰচাৰ কৰাই হৈছে . এইটো Digital Marketing ৰ এটা উত্তম ৰাস্তা, কিয়নো সকলোৰে হাতে হাতে Android হ’ল ৷ আনহাতে ডাঙৰ ডাঙৰ কোম্পানী সমুহে Apps Marketing ৰ technics ব্যৱহাৰ কৰিছে ৷

12/04/2021

What is Digital Marketing in Assamese / Digital Marketing কি শিকো আহক / OK digital

https://youtu.be/UCgW9oYbwC8

নমস্কাৰ ! আমি Visual Advertising Agency. আমি আপোনাক সহায় কৰিম আপোনাৰ ব্যৱসায় digitalize কৰাৰ ক্ষেত্ৰত ৷ অলপ কথা পাতোঁ আহকঁ ৷

কি ?

বৰ্তমান সকলো ডাঙৰ ডাঙৰ ব্যৱসায়, শিক্ষা প্ৰতিস্থান বোৰ Digital হ’ব ধৰিছে ৷ সেইবোৰ নিশ্চয় আপোনাৰো লক্ষ্য হৈছে ৷ Digital Marketing মানে Online বজাৰ. Online বজাৰ জৰিয়তে আপুনি সকলো সামাজিক মাধ্যমত বজাৰ দখল কৰিব পাৰিব ৷ Website, sms, email আদিও online বজাৰৰ মাধ্যম ৷ Online কৰণৰ জৰিয়তে আপুনি সঠিক আৰু আছল গ্ৰাহক সকল বিচাৰি পোৱাত সহজ, যিহেতু বৰ্তমান সকলোৱে mobiles, Tablets, Computer and social media ( Facebook, Youtube, instragam ) ব্যৱহাৰ কৰে. Digital Marketing ৰ যোগেদি আপুনি খুব কম খৰছত tv, paper, leaflet আদিত advertise নিদিয়াকৈয়েই সম্ভাৱনীয় গ্ৰাহক সকলক আপোনাৰ প্ৰতিস্থানৰ বিষয়ে জনাব পাৰে ৷

যদি আপুনি
ডাক্তৰ, শিক্ষক, যি কোনো ব্যৱসায় কৰে, দোকান, Showroom, Hardware, স্কুল, সৰু/বৰ ব্যৱসায়, সংগীত শিক্ষক বা ষ্টুডিঅ’, নৃত্যশিক্ষক, Gym আছে, হোটেল, ৰেষ্টুৰেণ্টত আছে, হস্তশিল্প উৎপাদন, ইত্যাদি যদি আছে তেন্তে আপুনি সোনকালেই Digital বজাৰ খন লওঁক

08/04/2021

or

06/04/2021

Digital Marketing Service in Jorhat/ Discount offer for Beginner/ OK Digitel

Youtube - https://youtu.be/GDTF7-FNrm4

Maha offer 1st. time in Internet

85% price

Social Media Marketing
For any products & business & Marketing

Our product
1. &
2. & Marketing
3. & Marketing
4. & Marketing
5. & Marketing


1. create
2.
3.
4. -mail Marketing
5. your business

Claint benefit
1.
2.
3.
4.
5.
6. -marketing
7.Save money & Time
8. Easy claint ( , , )
9. Easy to oprate from home through , ,

Contact us for more information
9365169473 / 8135860737
E-mail - [email protected]
Facebook -
https://www.facebook.com/Okvisualadvertingagency

05/04/2021

Do you known, What is Digital Marketing ?

https://youtu.be/iTBm4nqIioc
01/04/2021

https://youtu.be/iTBm4nqIioc

Best Pre-Wedding & Wedding Cinematic Photo & Video shoot in Jorhat, AssamDivine360 is the best Wedding Photo & Video shoot StudioThey are always ready to cap...

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when OK Visual Advertising Agency posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share