16/07/2025
😥যোৱা কিছুদিন ধৰি ইনভাৰ্টাৰ দুৰ্ঘটনা অৰ্থাৎ ইনভাৰ্টাৰ বন্ধ কৰিবলৈ গৈ কেইবাগৰাকী লোকৰ , বিশেষকৈ মহিলা মৃত্যু হোৱা শোকাবহ ঘটনাৰ বাতৰি পঢ়িবলৈ পাইছো। সিদিনা এটা বাতৰি পঢ়িলো যত মাতৃ গৰাকীয়ে ইনভাৰ্টাৰৰ ছুইচ অফ কৰিবলৈ গৈছিল, কোলাত আছিল এজনী ছয় মহীয়া কন্যা সন্তান। দুয়োৰে শোকাবহ মৃত্যু হল। অজি আৰু এটা ঘটনা। কেইদিনমানৰ পূৰ্বে একেদৰেই এগৰাকী চিকিৎসকৰ মৃত্যু। ইনভাৰ্টাৰৰ ছুইচ অফ নাইবা অন কৰিবৰ সময়ত কেনেভাৱে সচেতন হব লাগে সেই বিষয়ত ময়ো জানিব বিচাৰি আছিলো। আজি হঠাৎ ফেচবুক বন্ধু উৎপল দাস ৰ তলৰ পোষ্টটো পাই সিদ্ধান্ত কৰিলো এইটো মোৰ টাইম লাইনত দিয়া উচিত। সকলোৱে এইখিনি পঢ়া উচিত আৰু ছেয়াৰ নাইবা কপি পেষ্ট কৰি প্ৰচাৰ কৰা উচিত। এই পোষ্টটো দিয়াৰ বাবে উৎপল দাস ক বহুত বহুত ধন্যবাদ জনালো। আশাকৰো এই পোষ্টটোৰ দ্বাৰা আমি সকলোৱে ইনভাৰ্টাৰ সম্পৰ্কে কিছু কথা জানিব পাৰিম আৰু সম্ভাব্য বিপদ সম্পৰ্কে সচেতন সতৰ্ক হব পাৰিম।
✅ Inverter off কৰাৰ নিয়ম - প্ৰথমে inverter ups টো বন্ধ কৰি লব । তাৰ পিছত হে inverter charging board খনৰ switch টো off কৰি 3 pin top টো খুলিব । যদি প্ৰথম charging board খনৰ swich টো off কৰিও যদি 3 pin top টু diconnect কৰে inverter টো on হৈ থকাৰ লগতে 3 pin top টো যেতিয়া খুলি দিব neutral line টু disconnect হোৱাৰ ফলত pin তোৰ neutral side ত current আহি থাকে । যাৰ ফলত pin টো toch হোৱাৰ লগে লগে 220v (প্ৰতিটো inverter ৰ বিশেষ কৈ sine wav inverter ত out put voltage প্ৰায় 230 য়ে থাকে। load দিয়াৰ ফলত 220 লৈ যায় ) inverter খোলা ব্যক্তিজনৰ গাত প্ৰবাহ হয়। আমাৰ body য়ে minimum 90 voltage ৰ তলত হে electric voltage সহ্য কৰিব পাৰে ।
মন কৰিবলগীয়া কথা - wiring , installtion এজন প্ৰফেচনেল wireman / electrician ৰ দ্বাৰা হে কৰিব । যিকোনো electric কাম কৰাৰ আগতেই এইবোৰ কথা মন কৰিব - চেন্ডেল পিন্ধিব (চেন্ডেল পিন্ধিলেও যদি কোনো বিদ্যুৎ প্ৰবাহিত জেগাত চুৱে তেতিয়াও জাতকা লাগিব কিন্তু shock অলপ কমকৈ পাব।) এখন প্লাষ্টিকৰ চকীত উঠি ল'ব পাৰে। live wire বা phase ত tuch কৰাৰ পৰা বিৰত থাকক। কোনো electrical safty Roll নজনাকৈ electric কাম নকৰিব।
✅সকলোৱে কথা এটা মনত ৰাখিব যে Inverter বন্ধ কৰিবলৈ বিচাৰিলে প্ৰথমতে সদায় Inverter ৰ চুইছ টো off কৰিব। তাৰ পিছতহে Pluck ৰ চুইছ off কৰিব। Pluck ৰ চুইছটো প্ৰথমতে off কৰিবলৈ গ'লে Inverter য়ে backup line create কৰে যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। ঠিক তেনেদৰেই বন্ধ হৈ থকা Inverter on কৰিবলৈ হ'লে প্ৰথমতে সদায় Pluck ৰ চুইছ টো on কৰি লৈ পিছত Inverter ৰ চুইছটো দিব। এই কথাখিনি follow কৰিলে এনেকুৱা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰি।
✅চাওঁক কেতিয়াবা Transformer ত কিবা বিসংগতি হ'লে Inverter জ্বলি যায়, ডাঙৰকৈ গাজনি ধেৰেকনি মাৰিলেও Inverter জ্বলি যায়। মেইন কথাটো হ'ল আপোনাৰ বিদ্যুতৰ ওপৰত ন্যুনতম জ্ঞান অকন মান থাকিব লাগে। ঘৰৰ আৰ্থিং ঠিক থাকিব লাগে। Inverter ৰ পিছফালে এডাল Wire ওলাই গৈছে সেইডাল Phase হয়। আৰু Charge দিবৰ বাবে বৰ্ডত যিডাল লাগি আছে সেইডাল Neutral হয়। Inverter ৰ Switch off নকৰাকৈ বৰ্ডৰ Wire ডাল Unplug কৰোঁতে সাৱধান। Neutral ডালেদি সেই Electric Load টো ঘুৰি আহে আপোনাৰ Source টোলৈ বা Inverter টোলৈ। Government Supply তকৈ Inverter ৰ Voltage বেছি বাবেই মানুহৰ মৃত্যু হয় ।
এই খিনি কথা মনত ৰাখি সতৰ্ক হব। আনকো এই সম্পৰ্কত সচেতন কৰিব। 🔷️
Copied