Dapon Infotainment

Call Directions Contact the business

Dapon Infotainment Dapon Infotainment is a Cable TV Channel of Information and Entertainment.

02/10/2026

যোৰহাটৰ সু সন্তান সংস্কৃতিৰ সাধক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উপাধ্যক্ষ ডাঃ আলেখ্য বৰুৱাৰ আজি ওপজা দিন।

30/09/2026

জুবিন গাৰ্গৰ সৈতে বাঁহী বজাই ভাইৰেল হোৱা অভি কাশ্যপক মনত আছে নে?

অভিৰ বংশী বাদন প্ৰত্যক্ষ কৰি কণমানিটিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল জুবিন

জুয়ে পোৰা সোণ হৈ উজলি উঠিছে অভি

উন্মেষৰ আজিৰ খণ্ডৰ অতিথি বাঁহীৰে হৃদয় জিনা যোৰহাটৰ উদীয়মান শিল্পী অভি কাশ্যপ শৰ্মা

২০১৬  চনত জন্ম লাভ কৰা দাপোণ চেনেলে আজি দহটা বছৰ সম্পূৰ্ণ কৰিলে, উজনি অসমৰ প্ৰথমটো বিনোদন ধৰ্মী চেনেল  দাপোণৰ এই যাত্ৰা ...
29/09/2026

২০১৬ চনত জন্ম লাভ কৰা দাপোণ চেনেলে আজি দহটা বছৰ সম্পূৰ্ণ কৰিলে, উজনি অসমৰ প্ৰথমটো বিনোদন ধৰ্মী চেনেল দাপোণৰ এই যাত্ৰা কালত চেনেলটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । দাপোণ আপোনাৰ বুকুৰ আপোন হওক।

ঈশ্বৰপুত্ৰ বিহীন এটা বছৰ জুবিন বন্দনাৰে মুখৰিত ৰাজ্য অশ্ৰুসিক্ত নয়নেৰে সূৰ্য্যকন্ঠ জুবিন গাৰ্গক স্মৰণ কৰিছে লক্ষ-কোটি অ...
19/09/2026

ঈশ্বৰপুত্ৰ বিহীন এটা বছৰ

জুবিন বন্দনাৰে মুখৰিত ৰাজ্য

অশ্ৰুসিক্ত নয়নেৰে সূৰ্য্যকন্ঠ জুবিন গাৰ্গক স্মৰণ কৰিছে লক্ষ-কোটি অনুৰাগীয়ে

08/09/2026

জন্মশতবাৰ্ষিকীৰ পবিত্ৰ ক্ষণত সুধাকণ্ঠ, সংগীতসূৰ্যক স্মৰণ
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে দাপোনৰ বিশেষ প্ৰতিবেদন
আজিৰ অতিথি ইন্দ্ৰাণী দেৱী, সবিতা গোস্বামী, ববিতা হাজৰিকা ভট্টাচাৰ্য, মৈত্ৰেয়ী শৰ্মা

08/09/2026

জন্মশতবাৰ্ষিকীৰ পবিত্ৰ ক্ষণত সুধাকণ্ঠ, সংগীতসূৰ্যক স্মৰণ
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে দাপোনৰ বিশেষ প্ৰতিবেদন
আজিৰ অতিথি ৰূপা বৰা, ৰূপা শৰ্মা, জয়াই ইৰাণী,প্ৰণৱ কৃষ্ণত্ৰেয়।

08/09/2026

জন্মশতবাৰ্ষিকীৰ পবিত্ৰ ক্ষণত সুধাকণ্ঠ, সংগীতসূৰ্যক স্মৰণ
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে দাপোনৰ বিশেষ প্ৰতিবেদন
আজিৰ অতিথি হেম শইকীয়া, বিমল গগৈ, আম্ৰীনা জেৰীয়ানা, ত্ৰিভুজ্বল প্ৰকাশ

02/09/2026

আমাৰ যুৱক যুৱতীয়ে কেনেকৈ আগবাঢ়িলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলাৰ সুযোগ পাব পাৰি?
বহু টকা পইচা খৰচ নকৰাকৈও বৰ্তমানত ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিব পাৰিনে?
পোনপটীয়া কৈ শুনক জানমণি কোৱঁৰৰ মুখেৰে।
জানমণি কোৱঁৰে ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক পাবলৈ সক্ষম হৈছে৷
লগতে এই যাত্ৰাৰ কাহিনী বৰ্ণনা কৰিছে জ্যেষ্ঠ ভ্ৰাতৃ কৃষ্ণমনি কোৱঁৰে

15/08/2026

“ক’ত জোৱানৰ মৃত্যু হ’ল,” প্ৰতীক্ষা গগৈৰ কণ্ঠত শুনক দেশপ্ৰেমমূলক এটি সুন্দৰ গীত

আজি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমৰ জন্মদিন।
30/07/2026

আজি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমৰ জন্মদিন।

Address

Jorhat
785001

Telephone

+918486949029

Website

Alerts

Be the first to know and let us send you an email when Dapon Infotainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dapon Infotainment:

Shortcuts

Share

Category