Achievers' Adda Jorhat

Achievers' Adda Jorhat APSC, ADRE, BANKING, SSC & STATE/ CENTRAL GOVT. JOB COACHING INSTITUTE.

✅ Online
✅ Offline

Address
Phukan Ali, Jorhat
Contact : 8099164404

12/10/2025
বিনামূলীয়া প্ৰশিক্ষণ 🎯 ADRE 3.0, ASSAM POLICE , DME/DHS, GUAHATI HIGH COURT JAA & B. ED. ENTRANCE🎯 আগ্ৰহী সকলে Comment ...
12/10/2025

বিনামূলীয়া প্ৰশিক্ষণ
🎯 ADRE 3.0, ASSAM POLICE ,
DME/DHS, GUAHATI HIGH COURT JAA
& B. ED. ENTRANCE
🎯 আগ্ৰহী সকলে Comment ত JOIN লিখিব ।
🎯WhatsApp : 8099164404 ৰ যোগে নাম প্ৰেৰণ কৰিব।

.0

ADRE 2.0 ( Grade 3) ত কোনে কোনে  চাকৰি পালে ?
11/10/2025

ADRE 2.0 ( Grade 3) ত কোনে কোনে চাকৰি পালে ?

10/10/2025

🎯 চৰকাৰী চাকৰি নাপালে বুলিয়েই এজন ব্যক্তি অসফল হ'ব নোৱাৰে......

১) বহু সংখ্যক ব্যক্তিৰ বিভিন্ন কাৰণত চৰকাৰী চাকৰি কৰাৰ মন নাথাকিব‌ পাৰে।

২) গতিকে, তেওঁলোকে পৰীক্ষা সমূহ ভালদৰে যত্ন বা প্ৰস্তুতি নকৰিবও পাৰে। সেইয়া তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত কথা।

৩) বহুতৰ ক্ষেত্ৰত ১০০% যত্ন কৰাৰ পিছতো কম নম্বৰ বাবে চাকৰি নোপোৱাকৈ থাকে। তেওঁলোক কোনো কাৰণতে চৰকাৰী পোৱা জনতকৈ কম মেধাৱী নহয় । নিজে কৰিব পৰা ১০০% কৰাৰ পাছতো যদি কোনো পৰীক্ষাত অসফল যদিও নিশ্চিত ভাৱে পাছৰ কোনোবা এটা পৰীক্ষাত সফল হ'ব।

৪) কোনো পৰীক্ষাত সফল নহ'লেও সেইজন প্ৰাৰ্থী জীৱনত সফল হ'ব । ১০০% নিজৰ ফালৰ পৰা যত্ন কৰা ব্যক্তি এদিন নহয় এদিন সফল হ'ব‌ ।

৫) অসফল সেই সকল ব্যক্তিহে .......🎯

✅ যিকোনো প্ৰকাৰে চাকৰি এটা লাগে কিন্তু পঢ়িব অলপো মন নকৰে।

✅ অলপ যত্ন কৰিলেই সফল হ'ব পাৰিম বুলি নিশ্চিত কিন্তু আৰাম কৰা আৰু সপোনৰ ( ১/২ মাহতে পঢ়ি complete কৰা) পৰা আহৰি নাথাকে।

✅ বাৰে বাৰে সুযোগ পোৱাৰ পাছতো একেই ভুল কৰি থাকে।

✅ চাকৰি লাগে কিন্তু পঢ়িবলৈ পৰীক্ষাৰ দিন ঘোষণা কৰালৈ ৰৈ থাকে।

✅ সদায় পাছত ভালকৈ পঢ়িম বুলিয়েই ভাবি থাকে ।

অসফল এই সকল ব্যক্তিহে , কাৰণ বেলেগে কাম কৰিলেও এনেকোৱাই কৰিব । শুই বহিয়েই সফলতাৰ সপোন দেখিব ।

🎯 নিজে কৰিব পৰা ক্ষমতাৰ ভিতৰত ১০০% যত্ন কৰা জন কেতিয়াও অসফল হ'ব নোৱাৰে। নিশ্চিত ভাৱে এদিন নহয় এদিন সফল হ'ব।

🎯 চৰকাৰী চাকৰি ল'বলৈ হ'লে regular পঢ়িবলৈ ধৈৰ্য আৰু একাগ্ৰতা লাগিব‌ই ।

10/10/2025

Congratulations to all the selected aspirants🍫
🎯 All the students of Achievers IQ, Jorhat are asked to inform their results on WhatsApp 8099164404.*

সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ 🎯 ADRE 3.0, ASSAM POLICE , DME/DHS, GUAHATI HIGH COURT JAA & B. ED. ENTRANCE🎯 আগ্ৰহী সকলে...
08/10/2025

সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ
🎯 ADRE 3.0, ASSAM POLICE ,
DME/DHS, GUAHATI HIGH COURT JAA
& B. ED. ENTRANCE
🎯 আগ্ৰহী সকলে Comment ত JOIN লিখিব ।
🎯WhatsApp : 8099164404 ৰ যোগে নাম প্ৰেৰণ কৰিব।

.0

08/10/2025

চৰকাৰী চাকৰি পাবলৈ কেৱল regular 6 মাহ পঢ়িব লাগে আৰু আৰাম..................
🎯 বেলেগ কামত পঢ়া, কাম, চিন্তা, new idea, management সদায় লাগিব।

Do you agree ?If yes, write " YES " in the comment section.কথাখিনি সত্য বুলি অনুভৱ হ'লে "YES" লিখিব ।
08/10/2025

Do you agree ?
If yes, write " YES " in the comment section.

কথাখিনি সত্য বুলি অনুভৱ হ'লে "YES" লিখিব ।

50,000+ চাকৰিৰ মাত্ৰ ১ টা চাকৰি নিজৰ নামত । (New Notification expected in November)

১) 50,000+ (ADRE + ASSAM POLICE+ DME/DHS + GHC JAA + FOREST DEE+APDCL+APSC etc) চাকৰিৰ মাত্ৰ ১ টা চাকৰি নিজৰ কৰাটো Bank / SSC/FCI/RAILWAY Exam ৰ তুলনাত সহজ কথা ।

২) একাগ্ৰতাৰ সৈতে মাত্ৰ 6 মাহ পঢ়িলেই সফলতা ১০০% নিশ্চিত । কাৰণ, পঢ়িম বুলি সকলোৱেই ভাবে । কিন্তু, কাৰ্যত কিছু সংখ্যকেহে পাৰে ।

৩) পাছত আকৌ ইমান সংখ্যক vacancy ওলোৱাৰ কিমান সম্ভাৱনা আছে সকলোৱেই জানে আৰু এবাৰ recruitment হোৱাৰ 3/4 বছৰ পাছতহে new notification ৰ সম্ভাৱনা থাকে। কিছু, vacancy আহিলেও departmental vacancy কিমান আহিব কোনো নিশ্চয়তা নাই ।

৪) বহুতোৰ বাবে preparation কৰাটো দূৰৰ কথা ।‌পঢ়িম পঢ়িম ভাবি থাকেতে পঢ়িবলৈ সময়ে নাপায় । ইতিমধ্যে 2025 বৰ্ষৰ 9 মাহ সম্পূৰ্ণ হ'ল।

৫) এটা চৰকাৰী চাকৰি বিচৰা সকলে আগন্তুক 180 দিন (6 months ) ভালকৈ পঢ়িলে সফলতা ১০০ % নিশ্চিত হ'ব ।

৬) Preparation নকৰাৰ অজুহাত আৰু পাছত regret কৰাটো তেনেই সূলভ দৃশ্য । এতিয়া নপঢ়িলে, result ৰ পাছত ভাবি লাভ নহ'ব।

৭ ) Preparation কৰিবৰ বাবে এটা উপযুক্ত কাৰণ বিচাৰি ল'ব পাৰিলেই আগন্তুক 180 দিন একাগ্ৰতাৰে পাৰ কৰিব পাৰিব । এলাহ সকলোৰে আছে। কিন্তু, নিজক প্ৰতিষ্ঠা কৰিবলৈ 180 একাগ্ৰতাৰ সৈতে পঢ়া সহজ কথা।

▶️ কেনেকৈ preparation কৰিব▶️

১) প্ৰথমে ADRE PREVIOUS YEAR paper আৰু Assam Govt ৰ বিভিন্ন বিভাগৰ exam সমূহৰ minimum 90 খন paper সংগ্ৰহ কৰিব । SSC ৰ paper সমূহ অধ্যয়ন কৰিলে অসমৰ পৰীক্ষা সমূহৰ বাবে অধিক সহায় হ'ব।

২) Important topic সমূহ বিচাৰি লৈ প্ৰতিটো বিষয়‌ basic ৰ পৰা পঢ়িবলৈ যত্ন কৰিব । কাৰণ ADRE ত paper ৰ level predict কৰা সম্ভৱ নহয় ।

৩) আগন্তুক 180 দিনৰ প্ৰতিটো ক্ষণৰ সৎ ব্যৱহাৰ কৰক । যদিহে, চৰকাৰী চাকৰি লাগে।

৪) Syllabus ৰ প্ৰতিটো topic পঢ়িব যত্ন কৰক আৰু এটা proper plan ready কৰিব ।

৫) Important প্ৰশ্নৰ সলনি Topic বোৰ পঢ়িব লাগে, যাতে যি প্ৰশ্ন হ'লেও উত্তৰ কৰিব পাৰি।

৬) ADRE preparation ত কোনো নিৰ্দিষ্ট Pattern বা Syllabus সলনি SSC exam আৰু অসম চৰকাৰৰ Exam ৰ সকলো syllabus পঢ়িলে সফলতা নিশ্চিত হʼব ।

৭) চাকৰিৰ এটাৰ যদি বহুত প্ৰয়োজন । তেনে,‌কোনো excuse ৰাখিব নালাগে।
সকলো সুবিধাৰ সৎ ব্যৱহাৰ কৰক ।

৮) মনত ৰাখিব, কোনো recruitment exam ৰ কাৰনে ৩০/৪০ দিনত প্ৰস্ত্তত হোৱা অসম্ভৱ ।

৯) যদিহে exam টো সহজও হয়, মনত ৰখা ভাল যে কেৱল আপোনাৰ কাৰনে সহজ নহয়। সকলোৰে বাবে সহজহ হ'ব ।

১০) পঢ়িলেই পাৰিম বা ক'ৰপৰা পঢ়িম সকলোৱে জানে । কিন্ত্ত জানি বুজিও ৯০% aspirants একে ভুলেই repeat কৰি আছে।

১১) আগন্ত্তক ADRE ৰ ক্ষেত্ৰত যাতে হৈ যোৱা ADRE 1.0 & ADRE 2.0 ৰ ভুল repeat নহয় , আজিয়েই প্ৰতিজ্ঞা কৰাৰ প্ৰয়োজন ।

১২) নিজেই পাৰিম পাৰিম বুলি ভাবি বিফল হোৱাতকৈ কাৰোবাৰ GUIDANCE লোৱাতো আৱশ্যক ।

100% SOLUTION FROM ACHIEVERS IQ JORHAT. Both ONLINE & OFFLINE mode available.

১৩) এনে এক বৃহৎ recruitment আকৌ কেতিয়া হ'ব তাৰ কোনো নিশ্চয়তা নাই ।

YOU CAN ! GO AHEAD

_সফলতাৰ_প্ৰথম_খোজ

ONLINE & OFFLINE CLASSES AVAILABLE

Regards

Achievers IQ,Jorhat
Phukan Ali, Jorhat
Siksha Niketan Building (1st Floor)
WhatsApp : 8099164404

✅ Recorded classes available in the App.

50,000+ চাকৰিৰ মাত্ৰ ১ টা চাকৰি নিজৰ নামত । (New Notification expected in November) ১) 50,000+  (ADRE + ASSAM POLICE+ DM...
07/10/2025

Jorhat

Alerts

Be the first to know and let us send you an email when Achievers' Adda Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share