12/07/2023
অসমৰ সংবাদ জগতত এটা চিনাকি নাম প্ৰাইম Assam,, 44k followers ৰে সমৃদ্ধ যোৰহাটৰ এটা প্ৰতিষ্ঠিত তথা জনপ্রিয় পৰ্টেল Prime Assam নামৰ এই পেজটো মেটাৰ কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰখা হৈছে কিছুদিন। জন্মলগ্নৰে পৰা যোৱা চাৰিটা বছৰে যোৰহাট তথা অসমবাসীৰ পৰা যি অকুন্ঠ মৰম আৰু অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিছিলো সেয়া সচাঁকৈয়ে Prime Assam পৰিয়ালৰ বাবে অত্যন্ত গৌৰৱৰ কথা।
অতি শীঘ্রেই Prime Assam Digital নাম লৈ আমি ৰাইজৰ মাজলৈ পুনৰ আহি আছো ন ৰূপেৰে ,এক ন উদ্যমেৰে। আমি আশাবাদী পূৰ্বৰ দৰেই মৰম, আদৰৰে Prime Assam Digital পৰিয়ালক পুনৰ আকোঁৱালি ল'ব অসমবাসী ৰাইজে।
https://www.facebook.com/profile.php?id=100094362473072&mibextid=ZbWKwL
প্ৰাইম Assam Digital, নিৰ্ভীক নিৰপেক্ষ কেৱল ৰাইজৰ পক্ষত..