Todays News

Todays News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Todays News, Media/News Company, Tumpreng, Jorhat.

17/06/2024

পূণৰ কপিলী সংহাৰী ৰূপ

17/06/2024

পূনৰ কপিলী নদীৰ সংহাৰী ৰূপ

30/05/2024

কপিলী নদীৰ সংহাৰী ৰূপ

কপিলী নদীৰ সংহাৰী ৰূপে যোৱাটো বচৰতে তুম্প্ৰেংৰ হাটিমাৰা(কলনী)ত মাঠাৰী ভাঙী যোৱাৰ ফলত ইয়াৰ লোকৰ বহুতো খটি হয়,কীন্তো বহুবাৰ বিভাগীয় বীষয়া সকলক অবগত কৰাৰ পাছতো আজিলৈকে মেৰামতি নকৰিলে ওলোতাই বিষয়ায়ে কয় এই মাঠাওৰি মেৰামতি কৰা টকা নাই আমাৰ তাত,নকৰাৰ ফলত আজি পূণৰ প্লাৱিত হবলগীয়া হল হাটিমাৰা (কলনী) ৰাইজৰ ।

30/05/2024

কপিলী নদীৰ সংহাৰী ৰূপ
***********************
পশ্চিম কাৰ্বি আংলং জিলাত ২৪নং পুলিং ইস্টেচনৰ অধিনত হাটিমাৰা,গন্দাবিল ,হাল্ডিখ্ৰং কে ধৰি বিভিন্ন অঞ্চল কপিলী বাহিনী পানীৰ কবলত,ক্ৰমানৰে বৃদ্ধি পাব ধৰিছে প্লাবিত হোৱা অঞ্চলৰ সংখ্যা, বৰ্তমানলৈকে কোনো বিভাগীয় বিষয়া খবৰ লোৱা নাই ,প্লাবিত হোৱা লোক সকলৰ ।

15/04/2024
26/12/2023

বীৰ বাল দীবষ

আজি বীৰ বাল দীবষ পালন কৰা হয় পশ্চিম কাৰ্বি আংলং জিলাৰ ঘীলানীৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যলয়ৰ প্ৰাঙ্গণত,ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰতৰ সকলো ঠাইতে পালন কৰা হয় বীৰ বাল দীবষ ।
শিখ সকলৰ ,১০ম গুৰু শ্ৰী গুৰু গোবিন্দ সিংহৰ জীৰ ৪ পুত্ৰ আছিল ক্ৰমে বীৰ অজিৎসিং,বীৰ জুহাৰ সিংহ,বীৰ জুৱাবৰ সিংহ আৰু ফটে সিংহ ।১৭০৪ চনৰ ২৬ডিচেম্বৰ দিনা বীৰ জুৱাবৰ সিংহ(৯)বজাৰ বয়ত আৰু বীৰ ফটে সিংহ(৭)বছৰ বয়সত মোছলীম ৰজা ঔৰংগ জেবে জিয়ায় জিয়ায় কবৰ দি হত্যা কৰা হৈছিল মোচলিম ধৰ্ম নোপোৱাত, আৰু প্ৰতি বছৰে ২৬ডিচেম্বৰ দিনটোত সমগ্ৰহ দেশত বীৰ বাল দীবষ পালন কৰা হয় ।

21/08/2023

আজি পশ্চিম কাৰ্বি আংলং জিলাৰ সংখ্যালঘু মৰ্চাৰ সন্মিলন ।

17/08/2023

ডিফু বজাৰত আলু চিণ্ডিকেট চলা বুলি কাৰ্বি ছাত্ৰ সন্থাই উত্থাপন কৰা কথাৰ ওপৰত ডিফুত কিৰি তিচ'ৰ সংবাদ মেল ।

05/08/2023

আজি সন্ধিয়া ৮১৫ মান বজাত ডিফু চহৰ মাজমজিয়াত আৰক্ষীৰ গুলী বৰ্ষন।

30/07/2023

কাৰ্বি আংলংৰ বৰপথাৰ আৰক্ষীৰ সুৰা বিৰুধী অভিযান ,
অভিযানত কাৰ্বি আংলং বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলনীজানৰ কেইবাখনো দোকানত আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে অভিযান চলাই আৰু কেইবা হাজাৰ টকাৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।

20/07/2023

কচুৱা পথৰ বান সমস্যাৰ সমাধান।কচুৱা বজাৰ পথৰ মাজমজিয়াত কৃত্ৰিম বানৰ অন্ত পৰাৰ সম্ভাৱনা, কচূৱাৰ গাঁও পঞ্চাশয়ত পঞ্চৰ্দশ বিত্ত আয়োগৰ পৰা ধৰা এটি আচনী।

Address

Tumpreng
Jorhat
782485

Website

Alerts

Be the first to know and let us send you an email when Todays News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Todays News:

Share