
14/04/2024
বিহু বুলি কিনো দিম,,গীত এটি কৰিছিলোঁ
"টিপটিপি মইনা"
তাকেই আগবঢ়াই দিলোঁ,,
থলুৱা আৰু পশ্চিমীয়া বাদ্যৰ সংমিশ্ৰণেৰে কৰা গীতটি বিহুৰ বতৰত শুনি ভাল পাব বুলি আগবঢ়াই দিলোঁ,, সময় পালে এবাৰ শুনি চাব,,
Tiptipi Moina | Assamese Bihu Vibe |Ankur SharmaTIPTIPIMOINA : Is a blending of Assamese bihu folk & rock music.Original song : Traditional ( Collected by A...