05/08/2025
মোৰ চৰ্চিত এটি কবিতা
এবাৰ পঢ়িব👉
( আহিবানে বৰষা)
নিশাৰ আকাশত মিচিকি হাঁহিৰে ভুমুকি মাৰি কয়
তোমাৰ বতৰাকে কৈ যেন তুমি আজি নাহা বৰষা।
সেই হাঁহিৰ পৰশ পাই চকমকাই নাচে কত তৰাবাই।
হাঁহি তোমাৰ চিৰদিন যুগমীয়া হওক চন্দ্রমা।
তুমি যেতিয়ালৈ থাকিবা তেতিয়ালৈকে তৰাবাই নাচিব
ন'হলে নানাচে।।
তৰাবাই নাচিলেহে আকৌ আকাশীৰ ঘৰত দ্বীপান্বিতা হয়।
বৰষাই বতৰা দিয়ে আজি মই যাম
চন্দ্রমা, তৰাবাই আগবাঢ়ে
বৰষাক আনেগৈ।
গোমা ডাৱৰৰ ৰভা তলিত বিজুলী বায়ে পোহৰাই
আনিছে বৰষাক।
আকাশীৰ গাত আকৌ ততেই নাই।
ঢোলে-দগৰে গেৰেম -গুৰুম...
ঝিৰ ঝিৰ গাড়ীৰে বৰষা আহি পায়।
পিছে থাকি আহে চন্দ্রমা আৰু তৰাবাই....