MXN Khabor

MXN Khabor Views নহয় আমি দিম কেৱল News
আমাৰ যোগাযোগৰ নম্বৰ

06/08/2026

🔴এইদৰেই আহিছিল মহাপ্ৰলয়

06/08/2026

🔴মৰিয়নিৰ বান বিধ্বস্ত চুমনী পথাৰত শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী
..

05/08/2026

🔴উজনিৰ বান বিভীষিকা মথাউৰি চিগি হাহাকাৰ, অৱস্থা,প্লাবিত হৈ পৰিছে বহু অঞ্চল

05/08/2026

📍বন্যাৰ্তৰ দুখত উচুপি উঠিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
📍পুত্ৰক হেৰুওৱা দুৰ্ভগীয়া মাতৃয়ে মুখ্যমন্ত্ৰীক সাৱতি কৰিলে দুখৰ বৰ্ণনা
📍'মই সকলো কৰি দিব পাৰিম কিন্তু পুত্ৰক ঘূৰাই দিব নোৱাৰো'
📍চকুলো নিগৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰিলে দুৰ্ভগীয়া পৰিয়ালটিক।
..

04/08/2026

🔴কাৰ কিমান বল আছে চাওঁ মোৰ পিঠিত উঠ।'
🔴শিৱসাগৰৰ আশ্ৰয় শিবিৰত কণ কণ ভাগিনক পিঠিত উঠাই মৰম মুখ্যমন্ত্ৰীৰ।

04/08/2026

🔴ৱাড মেম্বাৰ হ'লে পামে নিচিনা হওঁক ,,
🛑দধীয়া সমস্যা বিষয়ে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ অৱগত ,,,, ৱাড সদস্য কথা শুনি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক নিৰ্দেশ
..
MXN Khabor Himanta Biswa Sarma CMO Assam

04/08/2026

🔴'আমি একো কৰি দিব নোৱাৰো। বন্যাৰ্ত ৰাইজক মাত লগাই যাবলৈ আহিছো। মহ মৰা ধূপ আৰু কোৰ দুখনমান লৈ আনিছো।' গোলাঘাটৰ পৰা বন্যাৰ্তৰ দুখ বুজিবলৈ আহিল বয়োজেষ্ঠ্য লোক

03/08/2026

🔴মহানুভৱতাৰ আন এক নাম হিমন্ত বিশ্ব শৰ্মা
🔴এটি শিশুৰ তাৎক্ষণিক চিকিৎসাৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
🔴বাংগাল'ৰলৈ নি চিকিৎসা কৰাব শিশুটিক
..
MXN Khabor Himanta Biswa Sarma CMO Assam

03/08/2026

🔴বিপদৰ সময়তো ‘মামা’ৰ প্ৰতি অকৃত্ৰিম মৰম বানাক্ৰান্তৰ। ট্ৰাকত অহা বানপীড়িতসকলৰ সৈতে এইদৰে হাত মিলাই বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

03/08/2026

🔴ট্ৰেক্টৰত উঠি নেপালীখুঁটিলৈ আহিল মুখ্যমন্ত্ৰী
🔴চণ্টকৰ বান পৰিদৰ্শন কৰি নেপালী খুঁটিত উপস্থিত
🔴নেপালী খুঁটিৰ বন্যাৰ্তৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীৰ

Address

Jorhat
785001

Telephone

+919876543210

Website

Alerts

Be the first to know and let us send you an email when MXN Khabor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share