Explore with Ankur

Explore with Ankur Let's Explore �

Big shout out to my newest rising fans!Dibru Gogoi
14/12/2024

Big shout out to my newest rising fans!

Dibru Gogoi

সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতি-সাহোন বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো🫠
14/04/2024

সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতি-সাহোন বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো🫠

01/07/2023
01/07/2023

Nagaland 🕊️🌎

17/11/2022

মোৰ প্ৰিয় মানুহজন 👀❤️??

যাৰ প্ৰতিতো গানৰ অৰ্থ বুজিব চেষ্টা কৰো, যেতিয়া ৰ পৰা জনা হৈছোঁ, তেতিয়াৰ পৰা তেওঁৰ প্ৰতিটো গানতে মই মোক নিজকে বিচাৰিব চেষ্টা কৰো।

মায়াবিনী গোরা মানুহজন সদায় প্রিয়✨❤️

৫০ সংখ্যক ওপজা দিনৰ বহুত বহুত শুভেচ্ছা থাকিল প্রিয় জন🥳❤️ আপোনাক কিমান ভাল পাও শব্দৰে লিখি প্ৰকাশ কৰিব নোৱাৰিম।অকল গানৰ ...
17/11/2022

৫০ সংখ্যক ওপজা দিনৰ বহুত বহুত শুভেচ্ছা থাকিল প্রিয় জন🥳❤️ আপোনাক কিমান ভাল পাও শব্দৰে লিখি প্ৰকাশ কৰিব নোৱাৰিম।অকল গানৰ বাবেয়ে নহয় আপোনাৰ শিশু সুলভ মনতো,দুখীয়াৰ প্ৰতি থকা সহানুভূতি,মাতৃভূমিৰ প্ৰতি থকা প্ৰেম,প্রকৃতিপ্রেমী আদি সকলোবোৰৰ বাবে আপুনি আজীৱন প্ৰিয় হৈ থাকিব ।বহুত আহিব বহুত যাব আপোনাৰ ঠাই
কোনেও লব নোৱাৰে ।ভালে থাকক,সুস্থ থাকক ।
অসমবাসীক আপোনাৰ বহুত বেছি প্ৰয়োজন ❤️।

Big shout-out to my newest top fans!
15/11/2022

Big shout-out to my newest top fans!

✨🌚
08/11/2022

✨🌚

Address

আহোম ৰাজত্ব কালৰ শেষ ৰাজধানী
Jorhat

Alerts

Be the first to know and let us send you an email when Explore with Ankur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Explore with Ankur:

Share

Category