19/10/2022
জে বি ৰজে বি ৰ’ডৰ পদপথৰ শাক-পাচলী ব্যৱসায়ীক উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি
যোৰহাট পৌৰসভাৰ পৌৰপতিয়ে আৰক্ষী প্ৰশাসনক লগত লৈ পদপথৰ ব্যৱসায়ী সকলক পৌৰসভাই নতুনকৈ পুৰণি বাছ ষ্টেণ্ডত নিৰ্মাণ কৰা যোৰহাট পৌৰসভা শাক পাছলি বজাৰলৈ যাবৰ বাবে অনুৰোধ জনাই যদিও ক্ষুদ্ৰ ব্যৱসায়ীসকল তাত যাবলৈ অনিচ্ছা প্ৰকাশ কৰে ৷
আনহাতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে তেওঁলোকক উচ্ছেদ কৰাতকৈ জেবিৰ’ডটো ওৱান ৱে কৰাৰ লগতে এই পথটোত থকা বেংক আৰু অফিচবোৰৰ পাৰ্কিং ব্যৱস্থা কৰি যান জঁট কমাবলৈ অনুৰোধ জনায়
উল্লেখ্য যে পৌৰসভাই বিগত দিনত কেইবাবাৰো ব্যৱসায়ী সকলক তাৰ পৰা স্থানান্তৰ হ’বৰ বাবে জাননী প্ৰেৰণ কৰিছিল যদিও ব্যৱসায়ীসকলে এই নিৰ্দেশ মানিবলৈ অমান্তি হয়। পদপথৰ শাক-পাচলী ব্যৱসায়ীক উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি
যোৰহাট পৌৰসভাৰ পৌৰপতিয়ে আৰক্ষী প্ৰশাসনক লগত লৈ পদপথৰ ব্যৱসায়ী সকলক পৌৰসভাই নতুনকৈ পুৰণি বাছ ষ্টেণ্ডত নিৰ্মাণ কৰা যোৰহাট পৌৰসভা শাক পাছলি বজাৰলৈ যাবৰ বাবে অনুৰোধ জনাই যদিও ক্ষুদ্ৰ ব্যৱসায়ীসকল তাত যাবলৈ অনিচ্ছা প্ৰকাশ কৰে ৷
আনহাতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে তেওঁলোকক উচ্ছেদ কৰাতকৈ জেবিৰ’ডটো ওৱান ৱে কৰাৰ লগতে এই পথটোত থকা বেংক আৰু অফিচবোৰৰ পাৰ্কিং ব্যৱস্থা কৰি যান জঁট কমাবলৈ অনুৰোধ জনায়
উল্লেখ্য যে পৌৰসভাই বিগত দিনত কেইবাবাৰো ব্যৱসায়ী সকলক তাৰ পৰা স্থানান্তৰ হ’বৰ বাবে জাননী প্ৰেৰণ কৰিছিল যদিও ব্যৱসায়ীসকলে এই নিৰ্দেশ মানিবলৈ অমান্তি হয়