biju moina official

biju moina official this is official page biju moina official

14/04/2025

গাওঁলীয়াৰ গৰু বিহু / পুৱাই গৰু বিহুৰ উপলক্ষে বোকা খেলিলোঁ ।

04/04/2025

জৰাবাৰি নামঘৰৰ ভাওনাত অকমানি ছোৱালী এজনী হয়দৈত‍্যক দেখি লাগিলে হুৱাদুৱা

19/03/2025

জীৱনত নেদেখা দৃশ‍্য প্ৰথমবাৰ দেখিলো

16/03/2025

প্ৰথমবাৰ চেষ্ঠা কৰিছোঁ আশীবাদ কৰিব

15/03/2025

কালিকা লগা যখৰীয়া নামঘৰত থকা কুৰ্ম্ম ভাগ ভাল লাগিলে share koribo

14/03/2025

গাহৰি ফাম

14/03/2025

ৰাজহুৱা ভাওনা সকামত প্ৰথমবাৰ ভগৱান চৰিত্ৰ কৰিলোঁ ॥ চাবচোন , এটা আধ‍্যাত্মিক পৰিৱেশ

11/03/2025

ৰাজহুৱা পালনাম বুলি নামঘৰত আধ‍্যাত্মিক পৰিৱেশৰ মাজত ? #যখৰীয়া নামঘৰ

10/03/2025

Name - Anupom BoruahVillage name - Teok Porbotia gaonAge - 10হিৰণ‍্যাক্ষ চৰিত্ৰসদৌ অসমভিত্তিত অনলাইন ভাওনা সংলাপ প্ৰতিযোগিতা ক শাখাৰ প্ৰতিযোগি ঃ০১ ১.প্ৰতিযোগিতা খন দুটা শাখাত অনুষ্ঠিত হ'ব 'ক' শাখা : ৫ বছৰৰ পৰা ১২ বছৰলৈ 'খ' শাখা : ১২ বছৰৰ পৰা ১৫ বছৰলৈ৪.প্ৰতিটো শাখাৰ প্ৰথম ৩ জনক পুৰস্কৃত কৰা হ'ব। ৫.'ক' শাখাৰ ; প্ৰথম পুৰস্কাৰ : দ্বিতীয় পুৰস্কাৰ : তৃতীয় পুৰস্কাৰ : 'খ' শাখাৰ ; প্ৰথম পুৰস্কাৰ : দ্বিতীয় পুৰস্কাৰ : তৃতীয় পুৰস্কাৰ :৬. প্ৰতিযোগীয়ে সংলাপ কোৱা ভিডিও টো পথালিকৈ ৰেকৰ্ডিং কৰি আমালৈ প্ৰেৰণ কৰিব লাগিব। ৭.Biju Moina Official এই চেনেল টো চাবস্ক্ৰাইব কৰাটোঁ বাধ্যতামূলক। ৮.প্ৰতিযোগীয়ে জাতীয় সাজপাৰ পৰিধান কৰাটোঁ বাধ্যতামূলক। ৯.উভয় শাখাৰ বাবে সময় ৬ মিনিট কৈ দিয়া হ'ব। ১০.ভিডিও বোৰ ১০ ফেব্রুৱাৰীৰ পৰা ১৫মাৰ্চত লৈকে গ্ৰহণ কৰা হ'ব। ১১/ প্ৰতিযোগীয়ে 6002552615 নম্বৰত ভিডিও প্ৰেৰণ কৰিব লাগিব।

10/03/2025

সদৌ অসমভিত্তিত অনলাইন ভাওনা সংলাপ প্ৰতিযোগিতা
ক শাখাৰ প্ৰতিযোগি ঃ2

Name: Sri Deepranjan Neog.
Age:9 years .
Village:Nowboisa Chintamoni gorah

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when biju moina official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to biju moina official:

Share

Category