Bikaash Digital

Bikaash Digital Global Business

18/10/2025

বত্তমান এইয়াই চলি আছে
তুমি যদি সত্যৰ পক্ষত অবস্থান কৰিছা,
তুমি যদি সত্য কথাবোৰ বুজাবলৈ আৰম্ভ কৰিছা
তেনে নিশ্চিত জানিবা তোমাৰ সঙ্গী ক্ষন্তেকতে
নোহোৱা হৈ পৰিব,
তোমাৰ কাষত থাকিব মাথোঁ নদীৰ দৰে নিৰ্মল জল আৰু সঙ্গীহিন গতিপথ যাৰ জল ৰাশি তুমি অকলেই পান কৰিব লাগিব।
বৰ্ত্তমান কলিযুগ, এইয়াই সত্য...
শুপ্ৰভাত

16/10/2025
16/10/2025

শুভ সন্ধিয়া

14/10/2025

মহোদয় আপোনাৰ প্ৰতি মোৰ এক বিশেষ অনুৰোধ স্বাস্থ্য বিভাগৰ নিযুক্তিত NRHM ত কৰা সকলক কিয় আগভাগ নিদিয়ে তেখেত সকলেতো ৰাতি দিন একাকাৰ কৰি কাম কৰে। তেখেত সকললৈ আপোনাৰ অলপো বেয়া নালাগেনে। এইবাৰ নিযুক্তি পৰিক্ষাত তেখেতলোক পাছকৰা পাছতো কেইগৰাকীমানক উত্তীৰ্ন কৰাই NRHMত নকৰা সকলক কিয় দিলে ।বহুতৰতো বয়সো গৈছে নিশ্বই। আপুনি নিজেই কৈছিল যে NRHMত কৰা সকলে প্ৰথম পাব পালেনে বাৰু 10 NRHMt কাম কৰি হৈ যোৱা পৰিক্ষাত উত্তীৰ্ন হোৱাৰ পাছতো কিয় নাপালে। কৰবাত কিবা হৈছেনেকি ইয়াৰ বিছাৰ কৰক।মৌখিক পৰীক্ষাৰ সুন্দৰ ভাবে উত্তৰ দি আৰু লগতে NRHMত কৰি থকা তথ্য দিও কিয় নাপালে কিয় নতুন সকলে পালে। সন্মানীয় মহোদয় তেখেত সকল চিন্তা কৰি উচিত বিছাৰ কৰক যদি পাৰে আকৌ মৌখিক পৰীক্ষা অবতীৰ্ণ কৰক নহলে নতুন নিযুক্তি প্ৰকৃয়া আৰম্ভ কৰি NRHM ৰ যুগ্য সকলক নিযুক্তি দিয়াৰ কাম আৰম্ভ কৰক। কাৰণ আপোনাৰ ওপৰত বহুতৰ ভৰসা আছে। যদি সচাঁই আপুনি এজন দয়ালো হয় এই কম কৰিব বূলি আশাৰা বাত চালো।আপোনাৰ মুখেৰে এই কথাষাৰ শুনা পালে অসমৰ বহু লোকে সুখ অনুভৱ কৰিব। যেনেকৈ বাকীবোৰত সুখ বিছাৰি পাইছে।লগতে জুবিন দাৰ ন্যায় আগবঢ়াই লৈ জাওক।
ধন্যবাদেৰে আপোনাৰ এজন সুভাকাংক্ষী

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Bikaash Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share