04/07/2026
থাইলেণ্ডৰ মুকদাহা প্ৰদেশত সংঘটিত এক হৃদয়বিদাৰক পথ দুৰ্ঘটনাত কমেও ৫ জন বৌদ্ধ ভিক্ষুৰ মৃত্যু হয় আৰু ২০ জনতকৈ অধিক ভিক্ষু আহত হয়। খবৰ অনুসৰি, ১১ বছৰীয়া এজন শিশুৱে চলোৱা এখন পিকআপ ট্ৰাক ধৰ্মীয় তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰি থকা ভিক্ষুসকলৰ শোভাযাত্ৰাত খুন্দা মাৰে। আহতসকলক তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।