Geet's Creation Nd Collections

  • Home
  • Geet's Creation Nd Collections

Geet's Creation Nd Collections Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Geet's Creation Nd Collections, Digital creator, .

নমস্কাৰ🙏মোৰ হেপাঁহৰ পেইজটোলৈ আপোনালোকক স্বাগতম😍ধুনীয়া ধুনীয়া কাপোৰ,চিলাই,ফেব্ৰিক পেইণ্টিংৰ ডিজাইন চাব বিচাৰিলে পেইজ খন Follow কৰিবলৈ নাপাহৰিব😊😊
We deals in customize dresses, Traditional and Western wear along with Hand printed and Embroidered

14/10/2025


13/10/2025




29/09/2025

জনা হোৱাৰে পৰা ইমান আমন—জিমন কৈ অহা দুৰ্গোৎসৱ দেখা মনত নপৰে৷

23/09/2025

অসহনীয় সময়!! আজিৰ পৰা ক’তো নেদেখো অ’ তোমাক জুবিন দা😭
সদায়ৰ বাবে ৰাখিব পৰা হ’লে ...নাহৰ ভালপোৱা মানুহটো গ’লগৈ অ’..

তেওঁ কফিনত শুই আছে যদিও আমাৰ মাজতেই আছে ,মাত নাই যদিও তেওঁৰ শৰীৰটো আছে৷কিন্তু কাইলৈৰ পৰা কি কৰিম বাৰু? কি হ’ব? ক’ত বিচাৰ...
22/09/2025

তেওঁ কফিনত শুই আছে যদিও আমাৰ মাজতেই আছে ,মাত নাই যদিও তেওঁৰ শৰীৰটো আছে৷কিন্তু কাইলৈৰ পৰা কি কৰিম বাৰু? কি হ’ব? ক’ত বিচাৰিম মাটিৰ মানুহটোক?!!ক’ত বিচাৰিম সেই হাঁহিটো? সাহসৰ মাতষাৰ হেৰাই গ’ল অ’৷ অসমীয়াৰ ভৰষা,অনৈক্যৰ মাজত ঐক্যৰ সংহতি হৈ থিয় হোৱা মানুহজন যে আজি শুই গ’ল৷💔💔

তেওঁ গাইছিল গান—
‘মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে দোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাৱা’———— কি ক’ম জুবিন দা এতিয়াটো সকলো ক্ষণতে আপুনি৷নিজানত শুইছে কেৱল আপুনি—অসমৰ কোনো শুব পৰা নাই৷যিদৰে আপুনি নিস্তব্ধ হ’ল সেই কথা আজি কোনেও মানি ল’ব পৰা নাই৷ আপোনাৰ গানে ৰজন জনাই থকা আপোনাৰ অসম খনত আজি কোনেও আপোনাৰ গান শুনিব পৰা নাই৷ সাহস নাই আমাৰ আপোনাৰ গান শুনি নিজক বিলীন কৰি দিবলৈ৷আকাশ,বতাহ,ৰ’দ-বৰষুণ সকলোতে যেন আপোনাৰ ছবিয়ে দোলা দি আছে....😭

22/09/2025

তদন্ত হোৱাটো সকলোৱেই বিচাৰিছোঁ৷কিন্তু...কোনোবাখিনিত কিন্তু অসমবাসীয়ে তদন্তৰ ওপৰত আস্থা কেতিয়াবাই হেৰুৱাই নিৰাশ হৈছে৷

21/09/2025

ৰাজহুৱা শ্মশান ত কিয়??যোৰহাট/গুৱাহাটী য’ত হয় হওঁক কিন্তু অনুগ্ৰহ কৰি ৰাজহুৱা শ্মশানত তেওঁক নাৰাখিব🙏কেৱল তেওঁৰ বাবে, তেওঁৰ নামত এখনি ঠাইৰ অভাৱ হ’লনে এইখন অসমত? অনুগ্ৰহ কৰি বিষয়টো পুনৰ বিবেচনা কৰক🙏


কি শুনিছোঁ হে প্ৰভু 🙏🙏সকলো মিছা হঁওক  সকলো মিছা হওঁক অ’🙏অকল্পনীয়...মানিবলৈ কষ্ট হৈছে যে জুবিন নামৰ সত্তাটি আজিৰ পৰা অতীত...
19/09/2025

কি শুনিছোঁ হে প্ৰভু 🙏🙏সকলো মিছা হঁওক সকলো মিছা হওঁক অ’🙏
অকল্পনীয়...
মানিবলৈ কষ্ট হৈছে যে জুবিন নামৰ সত্তাটি আজিৰ পৰা অতীত হ’বলৈ গৈছে,যাৰ কণ্ঠ ঈশ্বৰৰ দান আছিল,যাৰ শব্দত প্ৰাণ আছিল,যাৰ সুৰেই সঞ্জীৱনী আছিল😭😭

''তোমাৰ হাঁহিতে মৰম....অ’ তোমাৰ দুচকুত মৰম’.....😍😍“তোমাৰ হাঁহিতে সৰা মুকুতাৰে গাঁথো মালা,তাৰ বাবে তোমাৰ কিবা আছে নেকি ক’...
18/09/2025

''তোমাৰ হাঁহিতে মৰম....অ’ তোমাৰ দুচকুত মৰম’.....😍😍

“তোমাৰ হাঁহিতে সৰা মুকুতাৰে গাঁথো মালা,
তাৰ বাবে তোমাৰ কিবা আছে নেকি ক’ব লগা?’’❤️😄

——— হাঁহিটোক লৈ যে কত- কিমান গান,কবিতা ৰচনা হৈছে তাৰ হিচাব নাই৷ সচাঁই হাঁহি থকা চকুযোৰ ,মুখ এখন দেখিলে সকলোৰে মনটো ভৰি উঠে৷ নে কি কয়??🤔 গতিকে যিমান পাৰো মুখত হাঁহি এটা আঁকি থাকোঁ৷ আপোনালোকেও হাঁহি থাকিব আৰু হঁহুৱাই থাকিব দেই👍😊😊 সকলোকে শুভ সন্ধ্যা জনালোঁ😊
Good Evening ゚
゚viralシfypシ゚

Address


Telephone

+916003597090

Website

Alerts

Be the first to know and let us send you an email when Geet's Creation Nd Collections posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share