Live Khabar Jorhat

Live Khabar Jorhat news and entertainmant

08/07/2026
08/07/2026
07/07/2026

গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ ৬ বছৰীয়া শিশুৰ মৃত্যু।
গোলাঘাটৰ ৫ নং থুৰাজান গাঁৱত এক শোকাৱহ ঘটনাত, বিদ্যুৎস্পৃষ্ট হৈ প্ৰায় ৬ বছৰীয়া শিশু পাৰ্থ ভূমিজৰ মৃত্যু হয়।
নিজ পুত্ৰক ৰক্ষা কৰিবলৈ গৈ বৰ্তমান সংকটজনক অৱস্থাত পিতৃ ৰাজেন‌ ভূমিজ।
বৰ্তমান যোৰহাট চিকিৎসামহাবিদ্যালয়ত ভৰ্তি হৈ আছে পিতৃ ৰাজেন ভূমিজ।

Address

Jorhat
Jorhat

Website

Alerts

Be the first to know and let us send you an email when Live Khabar Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share