jorhat live

jorhat live news and entertainmant

02/12/2025
02/12/2025

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কায্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভবনৰ এশ বছৰীয়া মহোৎসব। দুদিনীয়াকৈ আয়োজন কৰা হৈছে ভৱনৰ শত বৰ্ষ। আজি পুৱা পতকা উত্তোলনেৰে আৰম্ভ হয় দিনটোৰ কায্যসূচী। পতাকা উত্তোলন কৰে সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। ইয়াৰ পাছতে জুবিন ক্ষেত্ৰ উন্মোচন কৰা হয় আৰু এক সমন্বয় শোভাযাত্ৰা উলিওৱা হয়। এই সমন্বয় শোভাযাত্ৰাত অসমৰ বিভিন্ন জন জাতীয় সাহিত্য সভা , অনুষ্ঠান আদিৰ বিষয় ববয়াই অংশগ্ৰহণ কৰে।

19/11/2025

Jina Hai To Hans Ke Jiyo

Good morning
19/11/2025

Good morning

19/11/2025

🎂🎂🎂 জন্ম দিনৰ শুভেচ্ছা জনালোঁ দাদা,🎂

14/11/2025

যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত ধান দোৱা পৰ্ব

Good morning
18/10/2025

Good morning

Address

Jorhat
Jorhat

Website

Alerts

Be the first to know and let us send you an email when jorhat live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share