SUMI VLOGS 7356

SUMI VLOGS 7356 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SUMI VLOGS 7356, Dhodar-ali, Jorhat.

জীৱনৰ আটাইতকৈ প্ৰয়োজনীয়
বস্তুটোৱে হ'ল ধৰ্য্য 🧿🤞
NEVER MIND WHAT PEOPLE SAY✨
মৰম দিব আৰু একো নালাগে, যদি মোৰ কেতিয়াবা ভূল হৈ যাই,মোক আপোন বুলি ভাবি ক্ষমা কৰি দিব,মোক এবাৰ বুজাই দিব মই বুজি পাম ❤️‍🩹🙏
✨ Animal Lover, Home Baker & Foodie ❤️‍🩹

05/07/2025

এবাৰ খালে মন নভৰে আলু আৰু পটলৰ এটা unique নিৰামিষ ৰেছিপিটো খালে বাৰে বাৰে হাত চেলেকিব লাগিব

03/07/2025

আটা ময়দাৰ পুৰি বহুত খালোঁ চুজিৰ পুৰি খাইছেনে ? নৰসিংহ পাত আৰু চুজিৰে এটা healthy breakfast বনালো ✨

সম্পূৰ্ণ video টো সকলোৱে চাবচোন 🙏✨
01/07/2025

সম্পূৰ্ণ video টো সকলোৱে চাবচোন 🙏✨

01/07/2025

জাতিলাউ কোপ্তা-কাৰী এনেধৰণে বনাইছেনে|| ল'ৰা- ছোৱালীয়ে এতিয়া পাচলি খাবলৈ আপত্তি নকৰে।। জাতিলাউ বেয়া পোৱা সকলেও বাৰে বাৰে হাত চেলেকিব

সম্পূৰ্ণ ভিদিঅ অহা কালিলৈ দিম।আজি দুপৰীয়াৰ সাঁজত জাতিলাউৰ কোপ্তা - কাৰী ৰান্ধিলোঁ। জাতিলাউ বেয়া পোৱা সকলেও এতিয়া আঙুল...
30/06/2025

সম্পূৰ্ণ ভিদিঅ অহা কালিলৈ দিম।
আজি দুপৰীয়াৰ সাঁজত জাতিলাউৰ কোপ্তা - কাৰী ৰান্ধিলোঁ। জাতিলাউ বেয়া পোৱা সকলেও এতিয়া আঙুলি চেলেকিব। এনেদৰে ৰান্ধিলে ল'ৰা ছোৱালীয়েও পাচলি খাবলৈ এতিয়া আৰু সংকোচ নকৰে✨

শু-প্ৰভাত বন্ধু বান্ধৱী সকল🌄সকলোৱে কয়, কষ্টৰ ফল মিঠা , গতিকে মিঠা ফললৈ আশা নকৰি নিজৰ কৰ্তব্য কৰিব লাগে। তাৰ উদাহৰণ দেউতা...
28/06/2025

শু-প্ৰভাত বন্ধু বান্ধৱী সকল🌄
সকলোৱে কয়, কষ্টৰ ফল মিঠা , গতিকে মিঠা ফললৈ আশা নকৰি নিজৰ কৰ্তব্য কৰিব লাগে। তাৰ উদাহৰণ দেউতা ❤️‍🩹🥹
দেউতায়ে কৰা সৰুকৈ তামোলৰ বাগান খন। সদায় দেখো দেউতা নিজৰ কৰ্তব্যক লৈ ব্যস্ত । যেতিয়া ঘৰ খনলৈ যাওঁ এপাক বাৰী খনলৈ নোযোৱা লৈকে মনটো শান্তি নপৰে । সৌ দিনা দেখি অহা তামোল জোপাই আজি মিঠা ফলৰ চেহেৰা দেখাইছে 🥹
১ ছেকেণ্ডৰ বাবে মোৰ চকু সেমেকা হৈ পৰিল 🥹

28/06/2025

গৰমৰ দিন কেইটাত এনেদৰে মাছৰ টেঙাৰ আঞ্জা ৰান্ধিব || বাৰে বাৰে হাত চেলেকিব লাগিব || বিলাহী আৰু নেমুৰে পুঠি মাছৰ টেঙাৰ আঞ্জা😋

আজি দুপৰীয়া সাঁজত বিলাহী আৰু নেমুৰে পুঠি মাছৰ টেঙাৰ আঞ্জা ৰান্ধিলোঁ ।।এনেদৰে গৰমৰ দিনত মাছৰ টেঙাৰ আঞ্জা ৰান্ধক, বাৰে বা...
27/06/2025

আজি দুপৰীয়া সাঁজত বিলাহী আৰু নেমুৰে পুঠি মাছৰ টেঙাৰ আঞ্জা ৰান্ধিলোঁ ।।
এনেদৰে গৰমৰ দিনত মাছৰ টেঙাৰ আঞ্জা ৰান্ধক, বাৰে বাৰে হাত চেলেকিব লাগিব 😋🫱
সম্পূৰ্ণ ভিদিঅ কালিলৈ আপলোড কৰিম

26/06/2025

৫ কেজি আমৰ আচাৰ বনালোঁ || এনেদৰে বনাই বছৰ ধৰি সংৰক্ষন কৰিব পাৰিব || Spicy Mango Pickle 🔥🥭

25/06/2025

কাচ কলৰ কোপ্তাকাৰী এনেদৰে ৰান্ধিছেনে?এই কল বেয়া পোৱা সকলেও এতিয়া বাৰে বাৰে হাত চেলেকি খাব || Raw banana kofta curry ||

23/06/2025

বৰষুণ বতৰ 🌧️দিনটোৰ আৰম্ভনি এনেদৰে কৰিলোঁ

" Cheers To Another Year Together ❤️‍🩹 And Forever To Go♾️👫       ✨Happy New Year Friends 💐✨পেজৰ সকলো বন্ধু বৰ্গলৈ ইংৰাজ...
05/01/2025

" Cheers To Another Year Together ❤️‍🩹 And Forever To Go♾️👫


✨Happy New Year Friends 💐✨
পেজৰ সকলো বন্ধু বৰ্গলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভ কামনা জনালোঁ ✨ আগন্তুক দিন বিলাকত সকলোৰে জীৱনটো সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰপূৰ হওঁক তাৰে কামনা কৰিলোঁ।

Network 🛜 issue k liye aaplogo ko wish nhi kar paya tha der se he sahi aap sabhi ko dil se Naya saal mubarak ✨

" HAPPY NEW YEAR 🕛🎊

Address

Dhodar-ali
Jorhat
785634

Website

Alerts

Be the first to know and let us send you an email when SUMI VLOGS 7356 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share