News Today 24x7

News Today 24x7 News Today 24x7 is an online news channel promoted by Furesta Private Limited. We are here to promote some exclusive news all over our regions.

This is a news channels with all valid authentications and rights.

03/12/2025

♦️মাজুলীৰ গৰ্ভৱতী মহিলাৰ নৌকাতে প্ৰসৱ।
♦️১০৮ নৌকা সেৱাৰ কৰ্মচাৰীয়ে কৰালে প্ৰসৱ।

02/12/2025

♦️নাৰায়ণপুৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বিশাল জোঁৰ সমদল।
♦️সদৌ অসম দেউৰী ছাত্ৰ সন্থা আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ সমাজৰ যৌথ উদ্যোগত মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা এই প্ৰতিবাদী সমদল বাহিৰ কৰে ।

02/12/2025

♦️মাজুলী ত উপস্থিত অৰুণাচল প্ৰদেশৰ ৫৩ নং উত্তৰ চাংলাং বিধানসভা সমষ্টিৰ অধ্যক্ষ টেছম পঙ্গতে
♦️মাজুলীৰ চামগুৰি সত্ৰ পৰিদৰ্শন কৰি আপ্লুত হৈ পৰিলে অধ্যক্ষ গৰাকী

02/12/2025

♦️সদৌ অসম আহোম সভা, লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত
♦️ঢকুৱাখনাৰ "মিৰ হং" ( ১নং হিলৈদাৰী গাঁও ) ত ৭৯৭ সংখ্যক অসম দিৱসত অজেয় বীৰ চ্যাওলুং চ্যুকাফাক শ্ৰদ্ধাঞ্জলি

01/12/2025

01/12/2025

♦️নগাঁৱৰ বেবেজীয়াত ভূমি সংৰক্ষণ বিভাগৰ জলচ্ছেদ মহোৎসৱ
♦️বিভাগীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অংশগ্ৰহণ।
♦️কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে সোমবাৰে নগাঁও জিলাৰ বেবেজীয়াত জলচ্ছেদ মহোৎসৱ অনুষ্ঠিত হয় ।

01/12/2025

♦️ছাত্ৰ সমাজৰ বিৰোধিতা, প্ৰশাসনক মেলা বন্ধ কৰাৰ আহ্বান।
♦️সম্মুখত পৰীক্ষা কিন্তু নিজৰ মুনাফা আদায় স্বাৰ্থত গাওয়ে ভুৱে মেলা পতাৰ প্ৰস্তুতি।

01/12/2025

♦️ছিপাঝাৰৰ তীৰ্থনাথ শৰ্মালৈ ভাৰত চৰকাৰৰ 'গুৰু' স্বীকৃতি
♦️দৰঙৰ অপূৰ্ব লোককৃষ্টি 'নাঙেলী গীত'ৰ সাধক তীৰ্থনাথ শৰ্মালৈ ভাৰত চৰকাৰে প্ৰদান কৰে 'গুৰু' স্বীকৃতি।

01/12/2025

♦️নাৰায়ণপুৰৰ অৰীয়েণ্ট একাডেমী চতুৰ্দশ বাৰ্ষিক অধিৱেশন আৰু অভিভাক সন্মিলন অনুষ্ঠিত হৈছে ।

01/12/2025

♦️বিহগী মিডিয়া গ্ৰুপ, অসমৰ ঊনবিংশতিতম বৰ্ষপূতি অনুষ্ঠান ৷
♦️ডাঃ হিতেশ বৰুৱাক চিকিৎসা ৰত্ন বঁটাকে ধৰি কেইবাজনকো বঁটা প্ৰদান ৷

30/11/2025

Address

Jorhat
785001

Alerts

Be the first to know and let us send you an email when News Today 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Today 24x7:

Share