News24 NE

News24 NE সত্যৰ পক্ষত নিৰ্ভীক যাত্ৰা

অন্তিম শয়নত মৰমৰ শিল্পীগৰাকী
21/09/2025

অন্তিম শয়নত মৰমৰ শিল্পীগৰাকী


প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু…
19/09/2025

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু…



09/09/2025




03/09/2025

👉 যোৰহাটত সন্মুখ সমৰত বিজেপি আৰু কংগ্ৰেছ

👉 এফালে গৌৰৱ গগৈ জিন্দাবাদ... আনফালে ৰাহুল গান্ধী মূর্দাবাদ..

👉 বিজেপিৰ প্ৰতিবাদৰ মাজত কংগ্ৰেছ-বিজেপি কৰ্মীৰ খণ্ডযুদ্ধ

👉 কংগ্ৰেছ ভৱনৰ সন্মুখত সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ

👉 আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয়।

*যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট


29/08/2025

যোৰহাটৰ চাহ বৰ্ডৰ কাৰ্য্যলয়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ ধৰ্না কাৰ্যসূচী।চাহ পাতৰ মূল্য শীঘ্ৰে বৃদ্ধি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ...


▶️ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° ইন্দ্ৰেশ্বৰ দাসৰ দেহাৱসান ।▶️ দীৰ্ঘদিন ধ...
09/11/2024

▶️ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° ইন্দ্ৰেশ্বৰ দাসৰ দেহাৱসান ।
▶️ দীৰ্ঘদিন ধৰি তেওঁ দুৰাৰোগ্য ৰোগত অাক্ৰান্ত হৈ অাছিল ।

31/10/2024
দীপাৱলী উপলক্ষে যোৰহাট জিলা প্ৰশাসনৰ স্থানীয় বন্ধ ঘোষণা
29/10/2024

দীপাৱলী উপলক্ষে যোৰহাট জিলা প্ৰশাসনৰ স্থানীয় বন্ধ ঘোষণা

21/10/2024

যোৰহাটত অৰ্ধনিৰ্মিত ফ'ৰলেনক লৈ বিক্ষোভ ...
শীঘ্ৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানব শৃংখল....

কংগ্ৰেছৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা
21/10/2024

কংগ্ৰেছৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা

Address

Jorhat
785001

Telephone

+917002733520

Website

Alerts

Be the first to know and let us send you an email when News24 NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share