Biplob Das.

Biplob Das. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Biplob Das., Video Creator, Jorhat.

Welcome 2026 ✨Starting the new year with a small picnic, big smiles, and grateful hearts ❤️Spent a beautiful day with my...
05/01/2026

Welcome 2026 ✨
Starting the new year with a small picnic, big smiles, and grateful hearts ❤️
Spent a beautiful day with my wife and close friends—good food, fresh air, endless laughter, and unforgettable moments 🌿🍱

May 2026 bring peace, health, love, and success to everyone 🤍
Cheers to new beginnings and simple happiness 🥂

#ᴡᴇʟᴄᴏᴍᴇ2026 ☀️

10/09/2024

Celebrating Teacher's Day At Ambition Coaching Centre with our students..

Vagin r aanoprasanna t
26/04/2024

Vagin r aanoprasanna t

New   😊   📝 "Just save my moments"
07/04/2024

New 😊

📝

"Just save my moments"

দেউতাৰ লগত কথা পাতিলো। আপুনি এনেকে কথা পাতি পাইছেনে দেউতাৰ লগত? ভাল পালে share কৰিব।।এবাৰ চাব 👇👇👇https://youtu.be/7YHoSS...
21/03/2024

দেউতাৰ লগত কথা পাতিলো। আপুনি এনেকে কথা পাতি পাইছেনে দেউতাৰ লগত? ভাল পালে share কৰিব।।
এবাৰ চাব 👇👇👇

https://youtu.be/7YHoSSdTOQs

19/03/2024


বি:দ্ৰ: মই কোনো মহান নহয়, মই এটামাত্ৰ সেইবোৰ ক'বলৈ চেষ্টা কৰিছো যি শিকিছো। বহুত আৰু আছে ক'বলৈ যদি কথাবোৰ ভালপাই ক'বলৈ নাপাহৰিব। ভাল Response পালে আৰু লিখিবলৈ চেষ্টা কৰিম।

*জীবনে শিকোৱা কিছু.কথা।*



মই এটা কথা চাওঁ বহুতে ভাবে ল'ৰাটোৱে সলাগি আছে অকৰা হ'ব পাৰে, ইয়াক খতুৱাবপাৰিম কথাত ফছাই, কিন্তু মই সকলো বুজি পাঁও
একো নকঁও কাৰণ মই জীৱনটো বেলেগ ধৰনে
চাওঁ। মানুহজনে কি ত কৈছে বুজি পাঁও। এই জীবনটোত কোনো স্থায়ী নহয় কিন্তু
এই অস্থায়ী জীৱনটোলৈ কিয় মানুহ চাৰ্থপৰ হয়?
উত্তৰত এটায়ে আহে, পইছা ।
সছাই জীৱনৰ ৯৯% সুখ পইছাই দিব পাৰে।
কিন্তু মই কঁও বহুত ভাল কথা পইছা উপাৰ্জন কৰাটো কিন্তু তোমাৰ কামে বেলেগৰ অপকাৰ
যাতে নহয়। জীবনটো অস্থায়ীৰ প্ৰমান চাবলৈ চিকিৎসালয়ত অলপ দিন থাকি চাবাচোন অনুভব কৰিবা, জীবনত এদিন হ'লেও ৩টা ঠাইত যাবা। চিকিৎসালয়, মৰিশালি আৰু পুথিভঁৰাল। তোমাৰ জীবনটো ভালদৰে বুজাই তুলিব । কিন্তু বুজিব কেনেকৈ মানুহে, যি সমাজত নিজৰ মা দেউতালৈ বৃদ্ধাশ্ৰম হ'ল, যি মা দেউতাই তোমাৰ বাবে নিজৰ জীবন, সপোন সকলো ত্যাগ কৰিল তোমাক মানুহ কৰিবলৈ আৰু মৃত্যুৰ পাছত ঘৰত ভোজ, মোৰ মা ধুকাল ভোজলৈ যাৱ!! কিয় এইবোৰ? জীয়াই থকা সময়ত মা খা চোন ল বুলি মাছ অকন খুৱাই নোপোৱা ব্যক্তি কিন্তু মৃত্যুৰ পাছত মাছৰ ভাত সমাজক কিয়? কি আনন্দ লাগিছে? যাক তুমি মৰম ইমান কৰা মৃত্যুৰ পাছত কেনেকৈ জ্বলাই দিয়া?
বহুতৰ ভুল যেন লাগে কিন্তু ক'বলৈ ভয়।

মোৰ কথা এটায়ে কোনো স্থায়ী নহয় ময়ো যাম এদিন কিন্তু থকা কেইদিন মই এনেকুৱা কৰি যাম যাটে মোৰ নাম মই নাথাকিলেও থাকি যায়।

#জীবন জিন্দাবাদ 💪

*বিপ্লৱ দাস*
*ঠিকনা : ৰংদৈ কৈৱৰ্ত্ত গাওঁ*

Memorise
23/02/2024

Memorise

Mon hira doi
07/01/2024

Mon hira doi

Ambition Coaching Centre 2023
06/11/2023

Ambition Coaching Centre 2023

Baad bete saath saath !!!!!!
17/10/2023

Baad bete saath saath !!!!!!

Windows pora sale he dekha Jai....xanti...
29/09/2023

Windows pora sale he dekha Jai....xanti...

26/09/2023

Address

Jorhat
785101

Alerts

Be the first to know and let us send you an email when Biplob Das. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Biplob Das.:

Share

Category