Surabhi Chitra Katha

Surabhi Chitra Katha We published various category book of Assamese Language. Surabhi Chitra Katha -Comic book series specially made for children and teenagers.

শিশু সাহিত্যৰ বিকাশ, প্ৰসাৰ আৰু প্ৰকাশনৰ লক্ষ্যৰে ২০১০ চনত সুৰভি পাব্লিচিং হাউছ যোৰহাট নগৰৰ সমীপৱত্তী বৰিগাঁও, নৱজ্যোতি পথত আৰম্ভ কৰা হৈছিল। ২০১৭ চনত আমাৰ প্ৰতিষ্ঠানে প্ৰতিষ্ঠাৰ ৮ টা বছৰ অতিক্ৰম কৰিছে। বত্তমানলৈকে আমাৰ প্ৰকাশনৰ পৰা প্ৰায় ৮০ খন শিশু-সাহিত্যৰ কিতাপ, প্ৰায় ২০ খন ধমীয় কিতাপ আৰু ১৫ খন বিভিন্ন বিষয়ৰ কিতাপ প্ৰকাশ কৰা হৈছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ সহায়ক হোৱাকৈ আমি স্কুলৰ পাঠ্যক্ৰমৰ সহায়ক প্ৰায় ৪৩০ প্ৰকাৰৰ প্ৰকল্প সহায়ক আলোকচিত্ৰ (কাট এণ্ড পেষ্ট) প্ৰকাশ কৰি আহিছো। শেহতীয়াভাৱে আমি শিশু কিশোৰৰ বাবে সুৰভি নামৰ এখন মাহেকীয়া আলোচনী প্ৰকাশৰ আয়োজন চলাইছো। ২০১৮ চনৰ জানুৱাৰি মাহৰ পৰা এই আলোচনীখন প্ৰকাশ পাব।

Address

Jorhat
785001

Telephone

91+ 9435698795

Website

Alerts

Be the first to know and let us send you an email when Surabhi Chitra Katha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share